ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনেও প্ৰয়োজনীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। বিশেষকৈ ভোটদাতাসকলক সজাগ কৰাৰ বাবে...
Read moreDetailsঘৰ মাটি বিক্ৰী কৰি আলফা (স্বাধীনক) ধন দিবলৈ প্ৰস্তুত প্ৰণৱ কুমাৰ গগৈৰ পৰিয়াল। বিদেশী কোম্পানী আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কোৱা...
Read moreDetailsৰিয়েলিটি শ্ব’ৰ তাৰকা কিম কাৰ্দাছিয়ান আৰু ৰেপাৰ কেনি ৱেষ্টৰ সংসাৰত ভাঙোন আহিছে। কিমে ইতিমধ্যে বিবাহ বিচ্ছেদ বিচাৰি আদালতত আবেদনো জনাইছে।...
Read moreDetailsপশ্চিমবংগৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰত বিগত তিনিটা দিনত ২০০ ৰো অধিক পদপথৰ কুকুৰৰ মৃত্যু হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।...
Read moreDetailsআজি ষ্টিভ জবছৰ পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰয়োজন নাই। বিশ্বৰ অলেখ ছাত্ৰ, উদ্যোগপতিকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ অনুপ্ৰেৰণা ষ্টিভ।...
Read moreDetailsনাগালেণ্ড বিধানসভাত প্ৰথমবাৰৰ বাবে দেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। ১২ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ সময়ত বিধানসভাৰ মজিয়াত...
Read moreDetailsআমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ৰোভাৰে মঙল গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰি ছবি প্ৰেৰণ কৰা কাম আৰম্ভ কৰি দিছে। মঙলৰ এটা...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি ভাৰতীয় মূলৰ কমলা হেৰিছ এতিয়া গোটেই বিশ্বতে এক পৰিচিত নাম। স্বাভাৱিকতেই কমলা হেৰিছৰ কামকাজৰ প্ৰতি দৃষ্টি...
Read moreDetailsদিল্লী আদালতে শুকুৰবাৰে পৰিবেশ কৰ্মী দিশা ৰবিক তিনিদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ‘ট’লকিট’ৰ ঘটনাৰ সৈতে থকা সম্পৰ্কৰ বাবে দিশাক ন্যায়িক...
Read moreDetailsআইপিএলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ সুযোগ পোৱাৰ পাছতে শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে। নীলামত সকলো দলে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd