নিষেধাজ্ঞা আঁতৰিল, আজি বৃটেইনৰ পৰা দিল্লীত উপস্থিত হ’ব প্ৰথমখন এয়াৰ ইণ্ডিয়াৰ বিমান

বৃটেইনত সম্প্ৰতি ভয়াবহ ৰূপ ধাৰণ কৰিছে নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে। আৰু সেয়ে দেশখনে সংক্ৰমণ ৰোধৰ বাবে বৃদ্ধি কৰিছে লকডাউন। কিন্তু...

Read moreDetails

শিঙিমাৰীত চোৰৰ চাফাই অভিযান; ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লুটি নিলে সামগ্ৰী

কামৰূপৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰীৰ বৈশ্য চুপাত চোৰে নিশা চলালে এক চাফাই অভিযান। শিঙিমাৰী বৈশ্য চুপাৰ নিৰঞ্জন বৈশ্যৰ ঘৰত...

Read moreDetails

ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,১৩৯ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২৩৪ গৰাকীৰ

ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমিছিল যদিও আজি বিগত দিনসমূহৰ তুলনাত আক্ৰান্তৰ সংখ্যা পুনৰ এবাৰ সামান্য পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।...

Read moreDetails

লাইকা-দধিয়াবাসীৰ পুনৰ্সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰা গৰ্ভৱতী মহিলাৰ হাস্পাতলত মৃত্যু

লাইকা-দধিয়া বনাঞ্চল গাঁওৰ ১৪৮০টা পৰিয়ালৰ পুনৰ্সংস্থাপনৰ দাবীত চলি থকা প্ৰতিবাদত অংশ লোৱা কুষ্মিতা মৰাং (২৪) নামৰ মহিলাগৰাকীৰ শুকুৰবাৰে অসম চিকিৎসা...

Read moreDetails

উত্তৰ-পূবৰ অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান জয়নগৰ মাদ্ৰাছাত অৰাজক পৰিস্থিতি

সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতিকে ধৰি একাংশ সদস্যৰ কেতবোৰ কাণ্ডৰ...

Read moreDetails

টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰীৰ ৰেকৰ্ড গঢ়িলে ষ্টিভ স্মিথে

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত চলি থকা তৃতীয় টেষ্টৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ৩৩৮ ৰানত অন্ত পেলাই ভাৰতীয় বলাৰে।...

Read moreDetails

মুখ্যমন্ত্ৰী নবীন পাটনায়কক হত্যাৰ ষড়যন্ত্ৰ! এখন পত্ৰক লৈ উৰিষ্যাত উত্তেজনা

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক হত্যাৰ ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ এগৰাকী অজ্ঞাত ব্যক্তিয়ে এই সন্দৰ্ভত সতৰ্ক কৰি দি ইংৰাজীত লিখা এখন...

Read moreDetails

কাকোৱেই এৰিব নোৱাৰি! দুগৰাকী প্ৰেমিকাকে আনন্দৰে একেলগে বিয়া পাতি থলে যুৱকে

প্ৰায় পাঁচশ লোকৰ উপস্থিতিত ধুমধামেৰে বিয়া পাতিলে এজন যুৱকে। তাকো এজনী নহয়, দুজনীকৈ যুৱতীক। যুৱতী দুজনী হেনো তেওঁৰ প্ৰেমিকা। এই...

Read moreDetails

আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব হায়দৰাবাদ এফ চি। দুয়োটা দলৰে এইখন প্ৰথম লেগৰ...

Read moreDetails

নাও বুৰিলেও টিঙৰ পৰা নানামে; পুনৰ উত্তৰ কোৰিয়াৰ সামৰিক শক্তি বৃদ্ধিৰ যো-জা কিম জঙৰ

দেশৰ পৰিমৰা অৰ্থনীতিৰ অৱস্থাৰ মাজত জনসাধাৰণে ককবকাইছে। দেশখনৰ শাসকীয় ওৱাৰ্কাৰ্ছ পাৰ্টিৰ অনুষ্ঠানত নিজৰ ব্যৰ্থতাৰ কথাও স্বীকাৰ কৰিছে উত্তৰ কোৰিয়াৰ একনায়ক...

Read moreDetails
Page 2587 of 5987 1 … 2,586 2,587 2,588 … 5,987

Stay Connected

Recent News