সমৰ কলাত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল টীয়কৰ নৱজিত

আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম সন্তান  টীয়ক নগৰৰ তিনি নং ৱাৰ্ডৰ নৱজিত কৈৰী। ইন্টাৰনেছনেল ফেডাৰেছন অফ মুৱাইথাই এচচিয়েছন চমুকৈ IFMA...

Read moreDetails

ক’ৰ’ণাৰ নতুন ৰূপ! এইবাৰ বয়সীয়াল লোকৰ তুলনাত কম বয়সৰ লোক হৈছে অধিক আক্ৰান্ত

২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰথমে চীনৰ ওহান আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছত ইমান দিনে মূলতঃ...

Read moreDetails

নেপালৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰিবলৈ উঠি-পৰি লাগিছে চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিং, কিন্তু কিয়?

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত এতিয়া চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে। দেশ খনত চীনে চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে ছাত্ৰ সমাজকে ধৰি বিৰোধী...

Read moreDetails

লাভ জেহাদ বিৰোধী আইন : মাত্ৰ এমাহতে ৩৫ জন লোকক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশত

উত্তৰ প্ৰদেশত লাভ জেহাদ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত প্ৰণীত বেআইনীভাৱে ধৰ্মান্তকৰণ প্ৰতিৰোধ অধিনিয়ম, ২০২০ৰ বলৱৎ কৰাৰ এমাহৰ ভিতৰতে উক্ত আইনৰ অধীনত...

Read moreDetails

‘আন্দোলনকাৰীসকলে নতুন দল খুলি নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ ষড়যন্ত্ৰ কৰিছে’ : আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰা ‘অসম দৰ্শন আঁচনি’ উন্মোচনী সভাত ‘উপস্থিত হওঁতে কিছু পলম হোৱাৰ বাবে মই...

Read moreDetails

পত্নীৰ বাধা নামানি ১৩০ টকাৰে কাটিলে লটাৰীৰ টিকট, নিশাটোতে কোটিপতি এইজন লোক

দুটি পুত্ৰ সন্তান আৰু পত্নীকলৈ সংসাৰ উত্তম মাইটি নামৰ লোক জনৰ। মাইটিৰ সংসাৰক সম্পূৰ্ণ সুখৰ সংসাৰ বুলিও ক’ব নোৱাৰি, কাৰণ...

Read moreDetails

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে উপস্থিত জনতাক মাৰ্গ দৰ্শন প্ৰদানৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰা 'অসম দৰ্শন আঁচনি' উন্মোচনী সভাত ৰাজ্যৰ স্বাস্থ্য, শিক্ষা তথা বিত্ত মন্ত্ৰী ডঃ...

Read moreDetails

অষ্ট্ৰেলিয়াত উদ্ধাৰ ১২০ বছৰ পুৰণি চকলেট! কোনে সংৰক্ষণ কৰিছিল এয়া?

তাহানিৰ দিনৰে পৰা চকলেট মানুহৰ মাজত জনপ্ৰিয় হৈ আহিছে। বিশ্বত বৰ্তমান বিভিন্ন আকাৰ আৰু স্বাদ-গোন্ধৰ চকলেট প্ৰচলন হোৱাৰ সময়তে উদ্ধাৰ...

Read moreDetails

দুশ বছৰ ধৰি ট টকৈ চাই আছে এটা কটা মূৰে, কাৰ মূৰ এয়া, কিয় ৰখা হৈছে এনেকৈ

এবছৰ নহয়, দুবছৰ নহয়, প্ৰায়  দুশ বছৰ ধৰি এটা কাঁচৰ পাত্ৰত সংৰক্ষণ কৰি ৰখা হৈছে এজন কুখ্যাত চিৰিয়েল কিলাৰৰ কটা...

Read moreDetails

ভয়ংকৰ পৰিস্থিতি! কৰ’না পৰীক্ষাৰ বাবে লাইনত থিয় হৈ থাকোতেই কমেও ১৫জনৰ মৃত্যু

যিবোৰ স্থানত কৰ’নাৰ পৰিস্থিতি অতি উদ্বেগজনক তাত কৰ’না পৰীক্ষা কৰিবৰ বাবে মানুহৰ মাজত ভীষণ তৎপৰতা হোৱাটো স্বাভাৱিক। কিন্তু এনেধৰণে কৰ’না...

Read moreDetails
Page 2629 of 5988 1 … 2,628 2,629 2,630 … 5,988

Stay Connected

Recent News