কাশ্মীৰৰ পুলৱামাত সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত আজি দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়। জম্মু-কাশ্মীৰৰ পুলৱামাৰ টিকেন অঞ্চলত মঙলবাৰে পুৱতি নিশাৰ পৰা...

Read moreDetails

১৮ বছৰৰ ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ অৱসৰ ঘোষণা

১৮ বছৰৰ কেৰিয়াৰৰ অৱসন ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলে আজি টুইটৰৰ জৰিয়তে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা...

Read moreDetails

শিক্ষা মন্ত্ৰ্যালয়ৰ নতুন স্কুল বেগ নীতি; ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন

ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ কঢ়িয়াবলগীয়া হোৱা স্কুল বেগৰ ওজনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে। দেশৰ শিক্ষা মন্ত্ৰ্যালয়ে প্ৰস্তুত...

Read moreDetails

সমগ্ৰ উত্তৰ-পূবতে ১১ ডিচেম্বৰৰ দিনটো ‘ক’লা দিৱস’ হিচাপে পালন কৰিব নেছোই

১১ ডিচেম্বৰৰ দিনটো ‘ক'লা দিৱস’ হিচাপে পালন কৰিব বুলি ঘোষণা কৰিছে উত্তৰ-পূব ছাত্ৰ সন্থাই। এই দিনটোত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰে মুখ্য...

Read moreDetails

অসমত এহেজাৰ স্পৰ্শ কৰাৰ দিশত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই প্ৰায় এহেজাৰ স্পৰ্শ কৰাৰ দিশে গতি কৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত...

Read moreDetails

নাট্যকাৰ ডাঃ দিলীপ বৰুৱা আৰু লোকসংগীতৰ সাধক মিনা শইকীয়ালৈ ‘ৰংগ‌মঞ্চ শিল্পী বঁটা-২০২০’

বিশিষ্ট নাট্যকাৰ ডাঃ দিলীপ বৰুৱা আৰু লোকসংগীতৰ সাধক মিনা শইকীয়ালৈ আগবঢ়োৱা হৈছে 'ৰংগমঞ্চ শিল্পী বঁটা ২০২০'। মঙলবাৰে নিশা নগাঁৱৰ শিল্প...

Read moreDetails

ইংলেণ্ডত ক’ভিড ভেকচিন ফাইজাৰৰ প্ৰথমটো টীকা গ্ৰহণ ৯০ বছৰীয়া কীনানৰ

বৃটেইনত, মঙলবাৰে ক’ভিড ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰা হয়। ফাইজৰ ক'ভিড ভেকচিনে অনুমোদন লাভ কৰাৰ পিছত ক’ৰ’নাৰ প্ৰথম টীকা...

Read moreDetails

নগাঁও চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এগৰাকী লোক

নগাঁও চহৰত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী লোকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁও চহৰত উত্তেজনাই বিৰাজ...

Read moreDetails

নিশা কোকৰাঝাৰত আটক সাংসদ নৱ শৰণীয়া; গোচৰ ৰুজু

কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ নেতা নৱ শৰণীয়াক মঙলবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে। নিৰ্বাচনৰ পূৰ্বে ধন...

Read moreDetails

সাগৰত আৱদ্ধ হৈ পৰা ১৯ গৰাকী বাংলাদেশী নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে মঙলবাৰে সাগৰত দিশহাৰা হৈ পৰা এখন বাংলাদেশী নাওৰ পৰা ১৯ গৰাকী বাংলাদেশী নাগৰিকক উদ্ধাৰ কৰে। যান্ত্ৰিক বিজুতিৰ...

Read moreDetails
Page 2698 of 5999 1 … 2,697 2,698 2,699 … 5,999

Stay Connected

Recent News