আজি কাতি বিহু : কঙালীক বিদায় দি লখিমীক আদৰিবলৈ সাজু হ’ব অসমীয়াই

প্ৰকৃতিৰ নিৰ্ভাৰ সেউজময়তাৰ মাজত আজি প্ৰতিজন অসমীয়াৰ মন প্ৰাণ প্ৰশান্তিৰে ভৰাই তোলা এটা দিন। আজি কাতি বিহু। কৃষিজীৱী গ্ৰাম্য সমাজৰ...

Read moreDetails

কোকৰাঝাৰত আৰক্ষীৰ অভিযানত অবৈধ অস্ত্ৰ আৰু জাল টকা সহ দুজন লোক আটক

কোকৰাঝাৰ আৰক্ষীয়ে কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ আৱাসিক চৌহদৰ পৰা দুগৰাকী লোকক জাল টকা আৰু অবৈধ অস্ত্ৰৰ সৈতে আটক কৰে। আটক হোৱা...

Read moreDetails

নাটক নহয়, কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণৰ ‘লাইভ ভিডিঅ’ প্ৰকাশ কৰিলে সেনাই

কাশ্মীৰত সেনাৰ সন্ত্ৰাস বিৰোধী অভিযানৰ সময়ত এজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিলে। কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদীৰ দলত যোগ দিয়া যুৱকজনৰ লগত আছিল এ...

Read moreDetails

উত্তৰপ্ৰদেশত বিজেপি নেতাক গুলিয়াই হত্যা

উত্তৰপ্ৰদেশৰ বিজেপি নেতা ডি কে গুপ্তাক শুকুৰবাৰে অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰপ্ৰদেশ...

Read moreDetails

পঞ্চায়ত-গ্ৰামোন্নয়নত নিযুক্তি কেলেংকাৰি! বিজেপি কৰ্মী ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শূন্য সহনশীলতাৰ নীতিৰ যেন বাস্তৱ ৰূপায়ন ঘটিছে। অসম আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰিৰ তাৎক্ষণিকভাৱে চি আই ডিৰ...

Read moreDetails

ভাৰত, চীন আৰু ৰাছিয়াই বতাহত বৃদ্ধি কৰিছে প্ৰদূষণ: ডোনাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত, চীন আৰু ৰাছিয়াৰ জৰিয়তেই বতাহত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। এই তালিকাত আমেৰিকা...

Read moreDetails

ডিব্ৰু নদীৰ সমীপত পোৱালী হাতীৰ মৃতদেহ উদ্ধাৰ

উজনি অসমৰ তিনিচুকীয়া জিলাৰ কাকজান সংৰক্ষিত বনাঞ্চলত শুকুৰবাৰে এটা পোৱালী হাতীৰ মৃতদেহ উদ্ধাৰ হয়। কাকজান সংৰক্ষিত বনাঞ্চলৰ কলিয়ামাটিৰ ডিব্ৰু নদীৰ...

Read moreDetails

মণিপুৰত বিগত ২৪ ঘণ্টাত ক’ৰ’নাৰ সংক্ৰমণত ৫ গৰাকী লোকৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১০৯ লৈ বৃদ্ধি

মণিপুৰত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নতুনকৈ পাঁচগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে মৃত্যু হোৱা লোকৰ...

Read moreDetails

অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যত ক্ৰিকেটৰ বিকাশৰ বাবে ইতিবাচক পৰিৱেশ ৰচনাৰ লক্ষ্যৰে অসম ক্ৰিকেট সন্থাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এ চি এ বাৰ্ষিক...

Read moreDetails

মেঘালয় চৰকাৰ-প্ৰশাসনক তিনিদিনৰ সময়সীমা ৪০টা দল-সংগঠনৰ; অর্থনৈতিক পথ অৱৰোধৰ হুংকাৰ

অসমৰ লোক তথা যানবাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰা মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু, কৃষক মুক্তি,...

Read moreDetails
Page 2868 of 5990 1 … 2,867 2,868 2,869 … 5,990

Stay Connected

Recent News