চীনৰ বাবে মোৰ ক’ৰ’না হৈছিল, ইয়াৰ ফল তেওঁলোকে ভুগিব লাগিব : ড’নাল্ড ট্ৰাম্প

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক চাৰি দিনৰ মূৰত সোমবাৰে মাজনিশা চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়। চিকিৎসালয়ৰ পৰা...

Read moreDetails

১৯ বছৰীয়া ব্ৰাহ্মণ তৰুণীৰে দলিত বিধায়কৰ বিবাহ : আত্মহত্যাৰ ভাবুকি যুৱতীৰ পিতৃৰ

একবিংশ শতিকাৰ দ্বিতীয় দশকতো জাত-পাত, উচ্চ-নীচৰ ভেদাভেদত আচ্ছন্ন এই দেশ আৰু এই দেশৰ মানুহ। যেন নাই মানৱীয়তাৰ কোনো উষ্ণতা! কিছুদিন...

Read moreDetails

নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ ডিফেণ্ডাৰ আশুতোষ মেহতা

ভাৰতীয় ফুটবলৰ অন্যতম প্ৰতিভাৱান ডিফেণ্ডাৰ আশুতোষ মেহতাক আগন্তুক আই এছ এল ছিজনৰ বাবে নৰ্থ-ইষ্ট যুনাইটেডে চুক্তিবদ্ধ কৰিছে। আই লীগত মোহন...

Read moreDetails

উদ্বোধনৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে বিশ্বৰ দীৰ্ঘতম অটল টানেলত সংঘটিত তিনিটা দুৰ্ঘটনা : আৰক্ষী মোতায়েন

যোৱা ৩ অক্টোবৰত হিমাচল প্ৰদেশৰ ৰুটাঙত নিৰ্মাণ কৰা বিশ্বৰ দীৰ্ঘতম টানেলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল। শেহতীয়াকৈ উদ্বোধনৰ মাত্ৰ ২৪...

Read moreDetails

দিল্লীৰ পৰা ছিডনীলৈ আৰম্ভ হ’ব এয়াৰ ইণ্ডিয়াৰ অতিৰিক্ত বিমানৰ উৰণ : কিন্তু কেতিয়াৰ পৰা ?

ভাৰতীয় বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই দিল্লীৰ আৰু অষ্ট্ৰেলিয়াৰ ছিডনীৰ মাজত অতিৰিক্ত বিমান সেৱা আৰম্ভ কৰিব। বুধবাৰে নিশা সংস্থাটোৱে নিজা...

Read moreDetails

মানছেলেকাৰ প্ৰাকৃতিক পৰিৱেশত মঞ্চস্থ হ’ল ৰয়েন্তি ৰাভাৰ এক ব্যতিক্ৰমী নাট ‘অৰাবিচি’

সুন্দৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশ। বাজিছে বাদুংদুপ্পা, কাৰানল, উঠিছে জাপকাৰ, খ্ৰাম, ব্ৰাংছিঙৰ ঝংকাৰ৷ এই সুন্দৰ পৰিবেশৰ মাজতে চৰ্চা চলিছে লোক...

Read moreDetails

ভূটান সীমান্তৰ গুৱাবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ : চাৰি চকীয়া বাহনসহ এজনক আটক

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বুধবাৰে নাগ্ৰীজুলি আৰক্ষী আৰু গুৱাবাৰী এছএছবিয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা...

Read moreDetails

নাগালেণ্ড, মণিপুৰৰ প্ৰাক্তন ৰাজ্যপাল, চিবিআইৰ ভূতপূৰ্ব সঞ্চালক অশ্বনী কুমাৰৰ আত্মহত্যা

নাগালেণ্ড, মণিপুৰৰ প্ৰাক্তন ৰাজ্যপাল, চিবিআইৰ ভূতপূৰ্ব সঞ্চালক অশ্বনী কুমাৰক বুধবাৰে চিমলাৰ নিজ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁৰ...

Read moreDetails

অসমত ১৩০৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.৯২ শতাংশ

১৩০৭গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৩৩,৩৪৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত...

Read moreDetails

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭৮৫লৈ বৃদ্ধি

আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৮৫লৈ বৃদ্ধি পাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ প্ৰফুল্ল...

Read moreDetails
Page 2901 of 5990 1 … 2,900 2,901 2,902 … 5,990

Stay Connected

Recent News