হাথৰাছৰ লগতে দেশৰ বিভিন্ন প্ৰান্ত প্ৰতিদিনেই বহু মহিলা-যুৱতীক বলাৎকাৰ কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে এইবাৰ পূণ্যভূমি ঋষিকেশত এগৰাকী...
Read moreDetailsদৰ্শকক মনোৰঞ্জন দিবলৈ আহি আছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ নতুন হৰৰ ছবি ‘লক্ষ্মী বোম্ব’। ছবি খনৰ সম্পাদনাৰ সকলো কাম যোৱা...
Read moreDetailsশিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ...
Read moreDetailsভাৰত চৰকাৰে দেশত ব্যক্তিগত খণ্ডৰ কোম্পানীক ৰে’ল চলোৱাৰ অনুমতি প্ৰদান কৰাৰ পিছতে ১৫ টা কোম্পানীয়ে আজি নিবিদা দাখিল কৰিছে। নিবিদা...
Read moreDetailsনামেৰী ৰাষ্ট্ৰীয় উদ্যানে শেহতীয়াকৈ কঢ়িয়াই আনিছে এক বিশেষ সন্মান। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া তথা নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক...
Read moreDetailsৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই আজি দেশৰ গ্ৰহকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত RTGS সেৱা সম্পৰ্কীয় ঘোষণাও...
Read moreDetailsযোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত পুনৰ ৭ গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। ৰাজ্যিক স্বাস্থ্য বিভাগে এই কথা জানিবলৈ দিয়ে। দেশজুৰি...
Read moreDetailsৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ আন এগৰাকী মূল অভিযুক্তক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেলেংকাৰিটোৰ অন্যতম মূল অভিযুক্ত হিচাপে...
Read moreDetailsচীনৰ পৰা সংক্ৰমিত হোৱা মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস নোপোৱাৰ বাবে এতিয়া দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ...
Read moreDetailsআজি অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। যোগদান কৰিয়ে কল্পনাই লাভ কৰিলে দলৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব। অগপৰ কাৰ্যকৰী সভাপতি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd