অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২ গৰাকীলৈ বৃদ্ধি

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে। আজি অসমত পুনৰ ১৩ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু...

Read moreDetails

হিতাধিকাৰীৰ মাজত টিনপাট, চিলাই মেচিন, স্প্রে-মেচিন আৰু বীজ বিতৰণ মন্ত্রী অতুল বৰাৰ

কৃষি মন্ত্রী তথা বােকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আজি বোকাখাতৰ মহকুমাধিপতিৰ কার্যালয়ত আয়ােজিত এক অনুষ্ঠানত নিজ সমষ্টিৰ হিতাধিকাৰী সকলৰ মাজত...

Read moreDetails

মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে দৰ্শকৰ উপস্থিতিত হ’ব ক্ৰিকেট শৃংখলা

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মহিলা দলৰ মাজত হ’বলগীয়া আগন্তুক ক্ৰিকেট শৃংখলাটোত দৰ্শকে ষ্টেডিয়ামত গৈ মেচ উপভোগ কৰিব পাৰিব। আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই...

Read moreDetails

সমলিংগৰ বিবাহক স্বীকৃতি নিদিয়ে কেন্দ্ৰই! : দিল্লী উঃ ন্যায়ালয়ত সমলিংগৰ বিবাহ বিৰোধিতা কেন্দ্ৰৰ

সমলিংগ বিবাহৰ স্বীকৃতি বিৰোধিতা কৰিছে বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এই সংক্ৰান্তীয় এখন ৰাজহুা স্বাৰ্থ...

Read moreDetails

নতুন ৰাজনৈতিক দললৈ নিমন্ত্ৰণ জনোৱা হ’লে গ’লহেঁতেন নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?

ৰাজ্যত আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত ভুমিষ্ঠ হ’ল ‘অসম জাতীয় পৰিষদ’ নামৰ...

Read moreDetails

চাৰিমাহৰ ল’কডাউনৰ বাবে দেশত ৩৭-৭৮ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছিল; সংসদত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য

ক'ৰ'না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা চাৰি মাহৰ ল'কডাউনৰ ফলত প্ৰায় ১৪-২৯ লাখ সংক্ৰমণ কমকৈ হৈছে...

Read moreDetails

দিহিংপৰীয়া কবি-সাংবাদিক গকুল কৃষ্ণ শৰ্মাৰ স্মৃতিচাৰণ অনুষ্ঠান; স্মাৰক গ্ৰন্থ উন্মোচন: পৰিয়াললৈ ৮০ হাজাৰ টকাৰ চেক

দিহিংপৰীয়া কবি, বিশিষ্ট লেখক-সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি গকুল কৃষ্ণ শৰ্মাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনটোত তেওঁক সোঁৱৰি এক...

Read moreDetails

যোৱা পাঁচ বছৰত দেশ এৰি পলাইছে মালিয়া, নীৰৱ মোদীসহ ৩৮ গৰাকী ব্যৱসায়ীয়ে

মহামাৰী ক’ৰ’নাৰ মহাসংহাৰ চলি থকাৰ সময়তে আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোতে বিত্ত মন্ত্ৰ্যালয়ে...

Read moreDetails

নিশা চিকিৎসক দম্পতীক আক্ৰমণ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰাক্তন সেনা

নিশা এহাল চিকিৎসক দম্পতীক আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী প্ৰাক্তন সেনা। ঘটনাৰ বিৱৰণীৰ মতে বাক্সা জিলাৰ...

Read moreDetails

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ১৭ গৰাকী সাংসদ ক’ৰ’না প’জিটিভ

ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বাধ্যতামূলক...

Read moreDetails
Page 2977 of 5989 1 … 2,976 2,977 2,978 … 5,989

Stay Connected

Recent News