পুনৰ এবাৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে অসম গণ পৰিষদ দল৷ দলটোৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ সত্র...
Read moreDetailsভূপালৰ আকাংক্ষা শৰ্মাৰ হত্যাকাৰী প্ৰেমিক উদয়ন দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে বাঁকুড়াৰ ফাষ্ট ট্ৰেক আদালতে। ২০১৭ চনত বাঁকুড়াৰ নিৱাসী...
Read moreDetailsকৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ম'হমাইকী গাঁও পঞ্চায়তত সংঘৰ্টিত এলানি দুৰ্নীতিৰ তথ্য আমাৰ এক বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে৷ ম'হ...
Read moreDetailsকিমান মৰ্মাহত হ'লে এহাল বৃদ্ধ দাম্পতিৰ দুহাল চকুৰে নিগৰিব পাৰে তপত চকুলো! জীৱনত কিমান দুখৰ তিক্ততাপূৰ্ণ দিন পাৰ কৰিলে ক'ব...
Read moreDetailsবলিউদৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসুস্থ। এক জটিল অস্ত্ৰোপচাৰ বাবে মুম্বাইস্থিত এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতা গৰাকীক। উল্লেখ্য...
Read moreDetailsপঞ্জাৱত একেলগে ২৩ গৰাকী কংগ্ৰেছী আৰু অন্য দলৰ তিনি গৰাকী বিধায়কৰ শৰীৰত ধৰা পৰিছে মহামাৰী ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। বুধবাৰে ৰাজ্যখনৰ...
Read moreDetails২১৭৯গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.০১ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৩৬,২২৫টা...
Read moreDetailsআৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কৰিমগঞ্জৰ...
Read moreDetailsডিজিটেল উদ্ভাৱনৰ হস্তক্ষেপৰ জড়িয়তে গ্ৰাহকৰ যাত্ৰা সৰল কৰি তোলাৰ অংশ হিচাপে ভাৰতী এয়াৰটেল (এয়াৰটেল)এ আজি প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অসমীয়া ভাষাৰ...
Read moreDetailsশেহতীয়াকৈ কোভিডত আক্ৰান্ত হোৱা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ পৰ্যবেক্ষণৰ বাবে চৰকাৰে এখন কমিটি গঠন কৰি দিছে। স্বাস্থ্য মন্ত্ৰী...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd