বালি ব্যৱসায়ীয়ে কাটি থৈ যোৱা মথাউৰিৰে প্লাৱিত হ’ল কৃষ্ণাইৰ চৰ্দাৰ পাৰা

ৰাজ্যত অব্যাহত আছে বালিৰ চিণ্ডিকেটৰাজ আৰু এইবাৰ চিণ্ডিকেটৰ বাবেই বানত বুৰ গ'ল গোৱালপাৰা জিলাৰ এক বিস্তীৰ্ণ অঞ্চল। অবৈধভাৱে বালি মাফিয়াই...

Read moreDetails

ডিব্ৰুগড়ত কুৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ডিব্ৰুগড়ত চাৰিটা কুৱাৰেণ্টিন কেন্দ্ৰ পৰিদৰ্শন কৰে।   ডিব্ৰুগড়ৰ এম ডি কে কানৈ কলেজ, ডি...

Read moreDetails

অসমত ৪৯লৈ বৃদ্ধি দিনটোৰ ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৫৯

আৰু তিনিগৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ফলত শুকুৰবাৰৰ দিনটোত এতিয়ালৈকে মুঠ ৪৯গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।...

Read moreDetails

শিৱসাগৰত ড্ৰাগচ ব্যৱসায়ীৰ চুৰিৰ আক্ৰমণত যুৱক আহত

শিৱসাগৰত সংঘটিত হৈছে এক চুৰিকাঘাটৰ ঘটনা। নগৰখনৰ বাবুপট্টিত উক্ত ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে তৌফিক শ্বাহ নামৰ যুৱকজনে বাবুপট্টিৰ অংকুৰজ্যোতি...

Read moreDetails

পাটকাইৰ চালেকিত প্ৰস্তাৱিত কয়লাৰ মুক্ত খনন ! আছুৰ প্ৰতিবাদ, প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ছাত্ৰ মুক্তিৰ

কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ লেখাপানী থানাৰ অন্তৰ্গত চালেকিত মুক্ত কয়লাখননৰ বাবে অনুমতি প্ৰদান বুলি শেহতীয়াকৈ সামাজিক মাধ্যম...

Read moreDetails

কন্টেইনমেন্ট জ’নত ৫ দিনে হাহাকাৰ! এগৰাকী মহিলাৰ ফেচবুক পোষ্টৰ পাছত তৎপৰ মহানগৰ জিলা প্ৰশাসন

কালি গুৱাহাটীৰ ৰুক্মিনীগাঁও কন্টেনমেন্ট জ’নৰ মিতালী গগৈ দত্ত নামৰ এগৰাকী মহিলাই ফেচবুকত এটা পোষ্ট কৰিছিল। যাৰ জৰিয়তে তেওঁলোকৰ যোৱা ৫ দিনৰ অৱস্থাসমূহ দাঙি ধৰিছিল। যোৱা ১৬ তাৰিখৰ পৰা ৰূক্মিনীগাঁও কন্টেইনমেন্ট জ’ন হৈ আছে। সেই অঞ্চলৰ ৰাইজে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মানি ভিতৰতে সোমাই আছে। কিন্তু পাঁচ দিন ধৰি সেই মানুহখিনিৰ খবৰলোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। তেওঁলোকে কিবা অত্যাৱশ্যকীয় সামগ্ৰীৰ অসুবিধাত ভুগিছে নেকি, তাত থকা লোকসকলৰ কিবা পৰীক্ষা কৰোৱা হ’ব নেকি ইত্যাদি কোনো খবৰ লোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ঠিক সেইদৰে গুৱাহাটী...

Read moreDetails

ৰাজ্যক পুনৰ একেলগে ২৬ জন ক’ৰ’না আক্ৰান্ত; অসমত ২৫৬ লৈ বৃদ্ধি কোভিড-১৯ আক্ৰান্ত

ৰাজ্যত পুনৰ একেলগে ২৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছৰ উপস্থিতি। নতুনকৈ ক'ৰ'না ভাইৰাছত আক্ৰান্ত ২৬ গৰাকী ব্যক্তিৰ আটাইকেইগৰাকীয়ে...

Read moreDetails

কুৱাৰেণ্টাইনত থকা ব্যক্তিক প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ বাবে বিষয়াসকলক নিৰ্দেশ শিৱসাগৰ উপায়ুক্তৰ

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলাখনত কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত জিলা আৰু ৰাজহ চক্ৰ পৰ্যায়ত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত...

Read moreDetails

দিহিং-পাটকাই পৰিদৰ্শনৰ পাছত বন মন্ত্ৰীয়ে দাখিল কৰা প্ৰতিবেদন ভিত্তিত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব : সৰ্বানন্দ সোণোৱাল

‘অসমৰ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বিবিধতা সংৰক্ষণৰ দিশত আমি দায়বদ্ধ। সেয়েহে ৰাজ্যখনৰ প্ৰাকৃতিক শোভা, ইয়াৰ সেউজ আৱৰণ আৰু প্ৰাকৃতিক সমলসমূহ সংৰক্ষণৰ...

Read moreDetails

গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কোৱাৰেণ্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাইফলছৰ জোৱানৰ মৃতদেহ

কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন জোৱানৰ মৃতদেহ আজি চিপাহীজিলাৰ তাৰাপডা গাঁৱত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ...

Read moreDetails
Page 3397 of 5984 1 … 3,396 3,397 3,398 … 5,984

Stay Connected

Recent News