ল'কডাউন চলি থকাৰ মাজতেই আজি বিয়লি গোলাঘাটত এদল দুস্কৃতিকাৰীয়ে এটা নাহৰফুটুকী বাঘৰ পোৱালী হত্যা কৰে। এক বিশেষ সূত্ৰৰ আধাৰত গোলাঘাটৰ...
Read moreDetailsৰাজ্যৰ শিক্ষা বিভাগে যোৱা কিছুদিন পূৰ্বে প্ৰকাশ কৰি উলিওৱা এক নিৰ্দেশনাত কোৱা হৈছে যে, অভিভাৱকৰ ফোন নম্বৰ সংগ্ৰহ কৰি অনলাইন পাঠ...
Read moreDetailsতবলিগী জামাত কাণ্ডই কেৱল ভাৰততেই ক’ৰ’না সংক্ৰমণৰ বাবে প্ৰধান সেতু হৈ পৰা নাই। পাকিস্তানটো তবলিগী জামাতে ক’ৰ’না সংক্ৰমণৰ ঘাই সেতু...
Read moreDetailsভাৰতত বৰ্তমানলৈ ২,০১৫ গৰাকী লোক কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শনিবাৰে সংবাদমেলত...
Read moreDetailsক’ৰ’না ভাইৰাছৰ বাবে আফ্ৰিকান দেশ সমূহত হ’ব পৰা ভয়াবহ ক্ষতিৰ পূৰ্বানুমান কৰিছে ৰাষ্ট্ৰসংঘয়। ৰাষ্ট্ৰসংঘৰ ইকোনোমিক কমিশ্যন ফৰ আফ্ৰিকাই দাঙি ধৰা...
Read moreDetailsআৰু এজন ব্যক্তি শনিবাৰে অসমত ক’ভিড-১৯ মুক্ত হৈছে। ৰাজ্যত এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পাইছে।...
Read moreDetailsল'কডাউনৰ ফলত অসমৰ কিমান লোক বহিঃৰাজ্যলৈ গৈ হঠাতে আৱদ্ধ হ’বলগীয়া হ’ল বা কিমান লোকৰ পৰা ৰাজ্য চৰকাৰে কিমান মিছডকল লাভ...
Read moreDetailsমহাৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত অব্যাহত আছে। শেহতীয়াভাৱে ৰাজ্যখনত আঠগৰাকী বিষয়াকে ধৰি মুঠ ৩৭ গৰাকী আৰক্ষী বাহিনীৰ লোক ক’ৰ’না...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ওদালগুৰি জিলাৰ কোভিদ-১৯ প্ৰতিৰোধী প্ৰস্তুতি পৰ্যবেক্ষণ কৰে। জিলাখনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সোণোৱালে সোণাইগাঁও কোৱাৰেণ্টাইন...
Read moreDetailsবোকাখাতত দৰিদ্ৰ লোকক বিতৰণৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS)ৰ অধীনত আৱন্তিত ৮০০ কুইণ্টল চাউল হৰলুকি কাণ্ডত অভিযুক্ত কাজিৰঙা সমবায় সমিতিৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd