আদিত্য পাঞ্চালী বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ; এজাহাৰ দাখিল বলিউদৰ এগৰাকী আগশাৰী অভিনেত্ৰীৰ

বলিউদৰ এগৰাকী আগশাৰী অভিনেত্ৰীয়ে বলিউদৰ অভিনেতা আদিত্য পাঞ্চালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মুম্বাইৰ ভাৰ্চ’বা আৰক্ষী...

Read moreDetails

৫০ টা পৰিৱৰ্তনেৰে সংশোধন কৰা হ’ব দীৰ্ঘ প্ৰতীক্ষাৰত শ্ৰম বিধেয়ক!

৫০ টা পৰিৱৰ্তনেৰে সংশোধন কৰা হ’ব দীৰ্ঘ প্ৰত্যাশিত শ্ৰম বিধেয়ক! সংসদৰ ষ্টেণ্ডিং কমিটিয়ে ইতিমধ্যে শ্ৰমিক বিলখনৰ সন্দৰ্ভত ৫৬ টা সংশোধনীৰ...

Read moreDetails

১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হ’ব অনলাইন লেনদেন নকৰা ডেবিট/ ক্ৰেডিট কাৰ্ড

অহা ১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হৈ পৰিব লাখ-লাখ ডেবিট আৰু ক্ৰেডিট কাৰ্ড। ইয়াৰ পিছৰে পৰা এই কাৰ্ডসমূহৰ জৰিয়তে কোনোধৰণৰ অনলাইন...

Read moreDetails

অতি শীঘ্ৰে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত চলিব উচ্ছেদ অভিযান

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত চৰকাৰী মাটি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে...

Read moreDetails

হালধিয়ে নিয়ন্ত্ৰণ কৰে ডাইবেটিছ; জানক কেনেদৰে

হালধি ভাৰতীয় মানুহৰ দৈনন্দিন খাদ্য হোৱাৰ লগতে আয়ুৰ্বেদৰো ই এক এৰাব নোৱাৰা সামগ্ৰী। গাখীৰৰ লগতে হওক বা এনেই হওক হালধি...

Read moreDetails

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন মেৰীকমৰ

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে মণিপুৰী বক্সাৰ এম চি মেৰীকমে। জৰ্দানৰ ৰাজধানী আমানত অনুষ্ঠিত অলিম্পিকৰ যোগ্যতা অৰ্জন মেচৰ ছেমি ফাইনেলত প্ৰৱেশ...

Read moreDetails

দিল্লীৰ ক্ষতিগ্ৰস্ত লোকৰ বাবে ৰাজপথন নামিল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰ

নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লীত সংঘটিত হিংসাত্মক কাৰ্যত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে ত্ৰিপুৰাত চি পি আই এম...

Read moreDetails

ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ফাকু ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত সত্ৰ সমাজৰ

চাৰিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত দেওবাৰৰ পৰা আৰম্ভ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ ফাকুৱা বা দৌল উৎসৱ।...

Read moreDetails

ক’ৰ’নাৰ পৰা বাচিবলৈ ভাৰতৰ লগতে ১৪খন দেশৰ যাত্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা কাটাৰৰ

বিশ্বৰ বিভিন্ন দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰাৰ পিছতে কাটাৰে ৯ মাৰ্চৰ পৰা ভাৰতৰ লগতে আন ১৪ খন দেশৰ...

Read moreDetails

বি এছ এফ জোৱানৰ আত্মহত্যা; গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

কৰিমগঞ্জ জিলাত থকা সীমান্ত সুৰক্ষা বল (বি এছ এফ)ৰ শিবিৰত দেওবাৰে এজন জোৱানে আত্মহত্যা কৰাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails
Page 3653 of 5982 1 … 3,652 3,653 3,654 … 5,982

Stay Connected

Recent News