প্রতিবাদ কৰক, কিন্তু পথ বন্ধ কৰি নহয় : উচ্চতম ন্যায়ালয়

শাহিনবাগৰ সমস্যা নিষ্পত্তিৰ বাবে এইবাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দিশত আগবাঢ়িছে উচ্চতম ন্যায়ালয়! কোনোৱে প্ৰতিবাদ কৰাত তাত আদালতৰ আপত্তি নাই, কিন্তু পথ...

Read moreDetails

চামগুৰিৰ গেৰুৱাআটিত সুগৰি পহু উদ্ধাৰ

নগাওঁ জিলাৰ শালনা বনাঞ্চিলক কাৰ্যালয়ৰ অধীনৰ আৰু খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটি অঞ্চলত সোমবাৰে পুৱা এটা সুগৰি পহু উদ্ধাৰ হোৱাক...

Read moreDetails

কাজিৰঙাত গঁড়ৰ আক্ৰমণৰ পৰা বাচিবলৈ চলোৱা চেষ্টাত গুৰতৰভাৱে আহত বনকৰ্মী

আজি বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত পহৰাৰত এজন বন বেটেলিয়নৰ কনিষ্টবলক এটা গঁড়ে আক্ৰমণ কৰিবলৈ খেদি অহাত কনিষ্টবলজন গুৰুতৰভাৱে...

Read moreDetails

মুখ্য মন্ত্ৰীৰ আৱাস গৃহত নিয়োজিত হৈ থকা এজন কনিষ্টবলৰ আত্মহত্যা

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৱাস গৃহত নিয়োজিত হৈ থকা এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে  দেওবাৰে নিশা আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লত অহা ২০ ফেব্ৰুৱাৰীৰ পৰা...

Read moreDetails

নিয়ম উলংঘাকাৰী চিটি বাছ সমূহৰ বিৰুদ্ধে মহানগৰীত যান-বাহন আৰক্ষীৰ অভিযান

মহানগৰীৰ চিটি বাছ চালক সকলে নিয়ম উলংঘা কৰি যান-বাহন চলোৱাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ যানবাহন আৰক্ষীয়ে। মহানগৰীৰ যান-জট...

Read moreDetails

অসমৰ মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত এতিয়া কান্দোনৰ ৰোল

অসমৰ মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত এতিয়া কান্দোনৰ ৰোল। অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ পূৰ্বে মাদ্ৰাছা শিক্ষানুষ্ঠান আৰু সংস্কৃত টোল...

Read moreDetails

বৰাক-ব্ৰহ্মপুত্ৰত অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব : পৰমানন্দ ৰাজবংশী

বৰাকৰ মুখ্য ভাষা বঙালী হ’ব লাগে বুলি বিভিন্ন সময়ত মন্তব্য কৰি অহা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক আজি উভতি ধৰিছে...

Read moreDetails

ভাৰত-ভূটান সীমান্তত ডকাইতি; অস্ত্ৰ দেখুৱাই লুটি নিলে আশী হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰ

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী  থানাৰ অন্তৰ্গত   কাউলিৰ ভাৰত-ভূটান সীমান্তৰ  বিষ্ণুপুৰত আজি সংঘটিত হোবা দিন ডকাইতিৰ ঘটনাই আতংকিত কৰি তুলিছে  গাঁৱবাসীক।...

Read moreDetails

বিটিচিত নিৰ্বাচনী ৰণডংকা; হাগ্ৰামাৰ বি পি এফে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বি টি চিত আৰম্ভ হৈছে নিৰ্বাচনী ৰণহুংকাৰ। বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে একাৰাহে প্ৰায় ১৮ টা বছৰ শাসন কৰি...

Read moreDetails
Page 3709 of 5981 1 … 3,708 3,709 3,710 … 5,981

Stay Connected

Recent News