অৱশেষত মৃত্যুক আকোৱালি ল’লে মহানগৰীৰ গুলি চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত কৰ্মচাৰীয়ে

মহানগৰীৰ কুমাৰপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হোৱা শ্যাম সুন্দৰ শৰ্মা(৫০) নামৰ কৰ্মচাৰীজনৰ অৱশেষত মৃত্যু হয়। বৰ্তমান গুৱাহাটীৰ কুমাৰপাৰাৰ নিৱাসী...

Read moreDetails

সাজু হওক, আগত লানি নিছিগা বেংক ধৰ্মঘট

অত্যাৱশ্যকীয় বেংক সেৱাৰ ক্ষেত্ৰত বিপদত নপৰাৰ বাবে আগতীয়াকৈ সাজু হওক। চাৰিটাকৈ বেংক বিষয়া ইউনিয়নে কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্তৰ প্ৰতিবাদত অহা ২৬...

Read moreDetails

সুখৱৰ : বিশ্ববিখ্যাত Gatorade India ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হ’ল হিমা

এটাৰ পিছত আনটো সন্মানেৰে সন্মানিত হৈ অহা স্প্ৰীণ্টাৰ তথা অসম কন্যা হিমা দাস এইবাৰ চুক্তিবদ্ধ হ’ল গেট’ৰেড ইণ্ডিয়া (Gatorade India)ৰ...

Read moreDetails

গছপুলি খাই ‘গ্ৰেপ্তাৰ’ হ’ল দুটা ছাগলী; এহেজাৰ টকাৰ চালান কাটিলে গৰাকীৰ

দুটা ছাগলীক ‘গ্ৰেপ্তাৰ’ কৰিলে আৰক্ষীয়ে।শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা। তেলেংগানাৰ কৰিমনগৰ জিলাৰ হুজুৰবাদ চহৰৰ আৰক্ষীয়ে ‘গ্ৰেপ্তাৰ’ কৰিছে দুটা...

Read moreDetails

ৰাইজলৈ অহা ২৪.৫৭ কোটি টকা ওভতাই দিলে অসম চৰকাৰে

অসমলৈ “জীৱিকা উন্নীতকৰণ” আঁচনি ৰূপায়ণৰ বাবে অহা ২৪.৫৭ কোটি টকা ব্যয়ত ব্যৰ্থ হৈ কেন্দ্ৰক ওভতাই দিছে ৰাজ্য চৰকাৰে। ধনখিনি আহিছিল...

Read moreDetails

মহানগৰীত গুলিচালনাৰ ঘটনা : গুৰুতৰভাৱে আহত ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী

মহানগৰীৰ কুমাৰপাৰাত সংঘটিত হৈছে গুলিচালনাৰ এক চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া কুমাৰপাৰাত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে...

Read moreDetails

ধোনীক চালাম কোহলিৰ; এটা বিশেষ নিশাৰ কথাৰে কৰা টুইটে সৃষ্টি কৰিছে চাঞ্চল্যৰ

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত কৰা এটা মন্তব্যই এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।...

Read moreDetails

মাজুলীত “অসমীয়া নাপিত সন্থা”ৰ আত্মপ্ৰকাশ, খুলিছে ১০১খন চেলুন

মাজুলীত অসমীয়া যুৱকে খুলিছে ১০১খন চেলুন। গঠন কৰিছে “অসমীয়া নাপিত সন্থা”। নাপিত বৃত্তিৰ প্ৰতি পৰম্পৰাগত হেয়জ্ঞানৰ অৱসান ঘটাই নদীদ্বীপটোৰ ইমূৰৰ...

Read moreDetails

সেনা সাজু : পাক অধিকৃত কাশ্মীৰ ভাৰতে দখল কৰা সন্দৰ্ভত কি ক’লে সেনাৰ মুৰব্বীয়ে?

পাকিস্তানে অবৈধভাৱে দখল কৰি ৰখা জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ বক্তব্যৰ পাছত ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটে দিছে...

Read moreDetails

ৰাষ্ট্ৰদ্ৰোহৰ বিচাৰৰ মুখত অখিল গগৈ

অখিল গগৈৰ বিৰুদ্ধে থকা “ৰাষ্ট্ৰদ্ৰোহ”ৰ এক গোচৰৰ বিচাৰ চলিব। ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে প্ৰদান কৰিছে এই ৰায়।...

Read moreDetails
Page 3757 of 5644 1 3,756 3,757 3,758 5,644

Stay Connected

Recent News