নতুন বছৰৰ প্ৰথম দিনটোটে ৰাইজৰ ওপৰত ৰাম টাঙোন সোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ। ৰাজসাহায্য বিহীন চিলিণ্ডাৰৰ ক্ষেত্ৰত...
Read moreDetailsনতুন বছৰৰ প্ৰথম দিনটোতে মটৰ উদ্যোগৰ পৰা ভাল খবৰ আহিছে। মাৰুতি ছুজুকীয়ে ডিচেম্বৰ মাহত নিজৰ গাড়ীৰ বিক্ৰী ২.৫ শতাংশ বৃদ্ধি...
Read moreDetailsনতুন বছৰৰ আৰম্ভণিতে ইছোৰৰ অধ্যক্ষ কে শিৱানে ২০১৯ বছৰৰ উপলব্ধি আৰু ২০২০ বৰ্ষৰ লক্ষ্য সম্বন্ধে মত প্ৰকাশ কৰে। শিৱানে তামিলনাডুৰ...
Read moreDetailsজনজাতীয় বেল্ট আৰু ব্লকৰ পৰা অজনজাতীয় বা সুৰক্ষিত শ্ৰেণী-বহিৰ্ভূত লোকক উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটোৱে শংকিত কৰিছে লাখ...
Read moreDetailsবাংলাদেশ টেলিকমিউনিকেচন ৰেগুলেটৰী কমিশ্যন (বি টি আৰ চি)য়ে ভাৰত-বাংলাদেশ সীমান্তৰ দাঁতিকাষৰীয়া সকলো অঞ্চলৰ মোবাইল নেটৱৰ্ক বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। কিছু...
Read moreDetailsউত্তৰ-পূবৰ আন এখন ৰাজ্য মণিপুৰত আজিৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ইনাৰ লাই পাৰ্মিট (আই এল পি) ব্যৱস্থা। মঙলবাৰে ৰাজ্যখনৰ মুখ্য...
Read moreDetailsচলিত বছৰৰ ২৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব বিশ্বৰ সবাটোকৈ জনপ্ৰিয় টি-২০ টুৰ্ণামেণ্ট আই পি এল। ত্ৰয়োদশ সংস্কৰণৰ উদ্বোধনী মেচখন মুম্বাইৰ...
Read moreDetailsনতুন বছৰটোৰ প্ৰথম দিনটোতে দেশবাসীৰ ওপৰত বৰ্ধিত ৰেইল ভাড়াৰ বোজা জাপি দিলে মোদী চৰকাৰে। ৰেইলৱেই ঘোষণা কৰিছে যে ২০২০ চনৰ...
Read moreDetailsদেশবাসীৰ গৰিষ্ঠ সংখ্যক নাগৰিকৰ অমতত জাপি দিয়া নাগৰিকত্ব (সংশোধন) আইনখনক লৈ আন এক ষড়যন্ত্ৰত লিপ্ত হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ। পূৰ্বৰ...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক(আইন) গৃহীত হোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ ঢকুৱাখানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিধেয়ক বাতিলৰ দাবীত হিংসাত্মক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd