অসমীয়াক মোদীৰ পুনৰ টোপ; অসমীয়াত টুইট কৰি আভুৱা, ঘঁৰিয়ালৰ চকুপানী আখ্যা

“কেব” নানিবলৈ কৰা অসমীয়া মানুহৰ অনুনয়-বিনয়লৈ কাণ নিদিয়া প্ৰধান মন্ত্ৰী মোদীয়ে আজি অসমীয়াত টুইট কৰি অসম চুক্তিৰ ৬ নং দফা...

Read moreDetails

অসমীয়া মানুহক দমনৰ বাবে কঠোৰ অনা-অসমীয়া আৰক্ষী বিষয়াক নিয়োগ কেন্দ্ৰ-ৰাজ্যৰ

“কেব”ৰ বিৰুদ্ধে প্ৰতিবাদত অভূতপূৰ্ব ঐক্য আৰু দৃঢ়তা দেখুওৱা অসমীয়া মানুহক দমনৰ বাবে কঠোৰ আৰক্ষী বিষয়াক নিয়োগৰ সিদ্ধান্ত কৰিছে কেন্দ্ৰ-ৰাজ্য চৰকাৰে।...

Read moreDetails

জনতাৰ বিশাল প্ৰতিবাদ দেখি বিজেপি ত্যাগ অভিনেতা যতীন বৰাৰ

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি বিজেপিৰ পৰা পদত্যাগ কৰে। সমগ্ৰ ৰাজ্যতে চলি থকা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ প্ৰতি...

Read moreDetails

লতাশিলত বিপুল জনতাৰ সংকল্প : বিজেপিৰ বিপৰীত মতাদৰ্শৰ হাতত ধৰি আগ বাঢ়িব আন্দোলন

সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী জুবিন গাৰ্গৰ আহ্বানত আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত হাজাৰ হাজাৰ জনতাই সমবেত হৈ নৰেন্দ্ৰ মোদী...

Read moreDetails

ৰাজ্যৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি; গুৰু দায়িত্ব লৈ গুৱাহাটীত আই পি এছ বিষয়া জি পি সিং

অসমৰ জনতাৰ প্ৰবল প্ৰতিবাদৰ স্বত্ত্বেও বুধবাৰে ৰাতি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছত সমগ্ৰ ৰাজ্যতে বৰ্তমান পৰিস্থিতি অস্থিৰ হৈ...

Read moreDetails

নিৰাপত্তাবাহিনীৰ গুলীত গুৰুতৰভাৱে আহত ১০জন প্ৰতিবাদকাৰী, এজনৰ মৃত্যু হোৱা আশংকা

সংখ্যাৰ বলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বুধবাৰে নিশা ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাক লৈ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে গুৱাহাটীৰ...

Read moreDetails

প্রতিবাদকাৰীৰ ওপৰত গুলীচালনা-লাঠীচালনা কার্যক গৰিহণা অসম সাহিত্য সভাৰ

অসম তথা উত্তৰ-পূবক আৰু অধিক অস্থিৰ, অশান্ত আৰু অগ্নিগর্ভা নকৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কঠোৰ সকীয়নি দিছে অসম সাহিত্য...

Read moreDetails

হােজাইত হ’বলগীয়া কার্যনির্বাহক অধিৱেশন পিছুৱালে অসম সাহিত্য সভাই

অসমৰ সাম্প্রতিক অগ্নিগর্ভা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা ১৫ ডিচেম্বৰত হোজাইত অনুষ্ঠিত হ'ব লগা অসম সাহিত্য সভাৰ সপ্তম কার্যনির্বাহক অধিৱেশনখন...

Read moreDetails

অগ্নিগৰ্ভ গুৱাহাটীত ৪খনকৈ বাহন জ্বলাই দিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে

অগ্নিগৰ্ভা গুৱাহাটীত সান্ধ্য আইন জাৰি কৰাৰ সময়তে উদণ্ড প্ৰতিবাদকাৰীয়ে জ্বলালে ৪ খনকৈ বাহন। মহানগৰীৰ চুপাৰ মাৰ্কেট আৰু ডাউন টাউন অঞ্চলত...

Read moreDetails

অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি ৰাজ্য সভাত তীব্ৰ বিতৰ্কৰ অন্তত  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়। অসমীয়াৰ...

Read moreDetails
Page 3859 of 5978 1 3,858 3,859 3,860 5,978

Stay Connected

Recent News