পৰ্য্যটকৰ অপেক্ষাত বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেন

বিশ্বৰ সৰ্বোচ্চ আৰু শীতলতম যুদ্ধক্ষেত্ৰ চিয়াচেন অঞ্চলক পৰ্য্যটকৰ বাবে মুকলি কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে লাদাখত চীন সীমান্তৰ...

Read moreDetails

কোকৰাঝাৰত ২.১৭ লাখ টকাৰ জাল নোটসহ এজনক গ্রেপ্তাৰ

কোকৰাঝাৰ জিলাৰ কচুগাঁৱত আজি আৰক্ষীয়ে এক অভিযান চলাই ২.১৭ লাখ টকাৰ জাল নোটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ব্যক্তিজনক অভয়াপুৰিৰ...

Read moreDetails

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন; মহিলাৰ বাবে উত্তৰ-পূবৰ ভিতৰত অসুৰক্ষিত অসম

সোমবাৰে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোই (NCRB) প্ৰকাশ কৰা ২০১৭ চনৰ প্ৰতিবেদন অনুসৰি উত্তৰ-পূবৰ ভিতৰত অসমত নাৰীজনিত অপৰাধৰ ঘটনা সৰ্বাধিক। এন...

Read moreDetails

তামুলপুৰত কৃষিত ৰাসয়নিক সাৰ প্ৰয়োগ সম্পৰ্কীয় সজাগতা সভা

তামুলপুৰ মহকুমা সদৰত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেড আৰু ভাৰত...

Read moreDetails

মৰণোত্তৰ প্ৰতিবেদন সলাই দিয়াৰ বাবে ধন লওঁতেই গ্ৰেপ্তাৰ হ’ল জি এম চি এইচ্ছৰ চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ নামত বেহা চলাই থকা জি এম চি এইচ্ছৰ এজন চিকিৎসকক আজি দুৰ্নীতি নিবাৰক শাখাক হাতে-লোটে ধৰাই মৃতকৰ পৰিয়ালে।...

Read moreDetails

BHIM এপ ব্যৱহাৰকাৰীলৈ চৰকাৰৰ দেৱালীৰ উপহাৰ; এতিয়াৰে পৰা সহজতে কৰিব পাৰিব এই ৫ টা কাম

যদিহে আপুনি BHIM (Bharat Interface for Money) App ব্যৱহাৰ কৰে তেনেহ’লে আপোনাৰ বাবে সুখবৰ কিয়নো কেন্দ্ৰ চৰকাৰে ভীম এপৰ নতুন...

Read moreDetails

লখিমপুৰৰ বিশিষ্ট তাই পণ্ডিত, শিল্পী যজ্ঞেশ্বৰ লিগিৰাক দুৰ্বৃত্তৰ আক্ৰমণ

লখিমপুৰৰ বিশিষ্ট তাই পণ্ডিত তথা "হেম বুঢ়াগোহাঁই বঁটা" প্ৰাপক শিল্পী যজ্ঞেশ্বৰ লিগিৰাক যোৱা নিশা চাৰিজন অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। প্ৰহৃত...

Read moreDetails

২২ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল পবিতৰা অভয়াৰণ্য

বাৰিষা কালৰ বাবে বন্ধ হৈ থকা পবিতৰা অভয়াৰণ্য আজিৰে পৰা দেশী আৰু বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়।...

Read moreDetails

দুলাল পালৰ মৃত্যু এক হত্যাকাণ্ড : গণতান্ত্ৰিক সংহতি, অসম

ডিটেনশ্যন কেম্পত বন্দী থকা ঢেকীয়াজুলিৰ দুলাল পালৰ মৃত্যুৰ ঘটনাক ‘হত্যা’ বুলি অভিহিত কৰিছে গণতান্ত্ৰিক সংহতি, অসমে। ‘আমি ‘গণতান্ত্ৰিক সংহতি, অসম’ৰ...

Read moreDetails
Page 3989 of 5976 1 3,988 3,989 3,990 5,976

Stay Connected

Recent News