DMCA.com Protection Status

শেনচোৱাত পাঁচ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

আধুনিক অসমৰ জনক, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাসক্ৰীড়া বা কেলিগোপাল নাট অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে...

Read more

দিচপুৰত বিক্ষোভ : কোনো কাৰণতে সহ্য নকৰে আৰক্ষী প্ৰশাসনে

নগাঁৱৰ উৰীয়াগাঁৱৰ পৰা আজি পুনৰ ৭০ টা সংগঠনৰ সংকল্প যাত্ৰা আৰম্ভ হৈছে। আৰু কাইলৈ গুৱাহাটীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ...

Read more

অসমীয়াৰ আবেগক অপমান : অৱশেষত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল কৰণ জোহৰ

অসমৰ জাপিক লৈ কৰা অপমান সূচক মন্তব্যৰ বাবে অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল বলীউদৰ বহু জনপ্ৰিয় ছবি পৰিচালক-প্ৰযোজক...

Read more

বিধেয়কৰ বিৰুদ্ধে গোজৰণি, এনডিএফবি-ত যোগদানৰ মুকলি আহ্বান বড়ো বিদ্ৰোহী নেতাৰ

নাগৰিকত্ব বিধেয়কে আলফা (স্বাঃ)ত ‘নতুন প্ৰাণ’ দিয়া বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই মন্তব্য কৰাৰ পৰতে বিধেয়কৰ বিৰুদ্ধে গুজৰি...

Read more

অসমৰ বিজ্ঞানী মণ্টু ভূঞা লণ্ডনৰ ৰয়েল এণ্টোম’লজিকেল ছচাইটীৰ ফেল’ নিৰ্বাচিত

যোৰহাটৰ চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰ পূৰ্বাঞ্চলীয় প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মন্টু ভূঞাক লণ্ডনৰ ৰয়েল এণ্টোম’লজিকেল ছচাইটী ফেল’ হিচাপে নিৰ্বাচিত কৰা...

Read more

পৃথক বড়োলেণ্ডৰ দাবীত নতুন দিল্লীৰ যন্তৰ-মন্তৰত এবছুৰ ধৰ্ণা

নিখিল বড়ো ছাত্ৰ সন্থাএ (এবছু) এখন পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। দেশৰ...

Read more

Video|| লোকেল কুং ফু টীমৰ নতুন এক্সন চিনেমা, অসমত মুক্তি ৭ ডিচেম্বৰত

শীঘ্ৰেই মুক্তি পাব লোকেল কুং ফু-খ্যাত কেনি বসুমতাৰীৰ নতুন অসমীয়া এক্সন চিনেমা চাচপেন্দে’দ ইন্সপেক্তৰ বৰো। “অসমত ৭ ডিচেম্বৰত ৰিলীজ হৈ...

Read more

আজি মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন

আজি অন্তিম দিনা মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰতিনিধি সকলে দাখিল কৰে। মাজুলী জিলাৰ অন্তৰ্গত নৱগঠিত মাজুলী জিলা পৰিষদৰ সদস্য...

Read more

শিল্পৰ স্বাধীনতাৰ পক্ষত ঠিয় দিছে বিশিষ্ট অভিনেতা আদিল হুছেইনে

অসমৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে কালাকাৰৰ ভাৱ প্ৰকাশৰ স্বাধীনতাৰ হকে মাত মাতিছে। নেটফ্লিক্স (Netflix), আমাজ’ন প্ৰাইম (Amazon Prime)...

Read more
Page 4047 of 5152 1 4,046 4,047 4,048 5,152

Recent News