কাজিৰঙাৰ কহঁৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ; প্ৰতিদ্বন্দ্বিৰ সৈতে হোৱা যুঁজত মৃত্যু 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ লেংটাজান বন শিৱিৰ এলেকাৰ চিৰাখোৱা ডুবিৰ পাৰত শুকুৰবাৰে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷ কৰ্মৰত...

Read moreDetails

কেন্সাৰৰ আশংকা : জিনটেক টেবলেট বিক্ৰীত নিষেধাজ্ঞা; ঔষধ খাওতে সাৱধান

ভোজন বিলাসী লোকসকলৰ বাবে এক সাৱধানবাণী। যিসকলে অতি ভোজনৰ বাবে হোৱা বদহজমৰ পৰা ৰক্ষা পাবলৈ হাততে পোৱাকৈ ৰাখি থোৱা জিনটেক...

Read moreDetails

বিশ্বনাথত জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট যোগান ধৰা বৃহৎ চক্ৰ উৎখাত

ধনৰ বিনিময়ত মেট্ৰিক অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট যোগান ধৰা এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষী।...

Read moreDetails

ভেটী লৈ থাকোতেই মহানগৰ আৰক্ষীৰ জালত পৰিল দিছপুৰ থানাৰ উপ-পৰিদৰ্শক

মহানগৰ আৰক্ষীয়ে উপঢৌকন লোৱাৰ অভিযোগত বৃহস্পতিবাৰে মাজনিশা দিছপুৰ থানাৰ উপ-পৰিদৰ্শক গহিন পেগুক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে গহিন পেগুৱে এটা...

Read moreDetails

নাছাই প্ৰকাশ কৰিলে ছবি; লোকে বিচাৰি পালে বিক্ৰম লেণ্ডাৰ

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰযান-২’ৰ বিক্ৰম লেণ্ডাৰ অৱতৰণৰ স্থানৰ ছবি প্ৰকাশ কৰিছে। এলানি ছবিৰ ৰূপত প্ৰকাশ কৰা ইয়াত চন্দ্ৰৰ...

Read moreDetails

এন আৰ চিৰ পৰা বাদ পৰা ভোটাৰসকলেও পাব ভোট দিয়াৰ অধিকাৰ : নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কয় যে এন আৰ চিৰ পৰা বাদ...

Read moreDetails

নগাঁৱৰ পুৰণিগুদামত ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমাৰে পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ পুৰণিগুদামতো চলিছে দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি। ১৯০১ চনতে স্থানীয় শিল্পী...

Read moreDetails

জাতিঙ্গাত পৰিভ্ৰমী চৰাইৰ আগমন, ভিৰ বাঢ়িছে পৰ্যটকৰ

প্ৰকৃতিৰ দীৰ্ঘ শতিকা জোৰা পৰম্পৰা ৰক্ষা কৰি পাৰ্বত্য ডিমা হাচাও জিলাৰ জাতিঙ্গাত আহিবলৈ ধৰিছে পৰিভ্ৰমী চৰাই। যোৱা কেইবা দিন ধৰি...

Read moreDetails

নামী-দামী মহিলাক পিছ পেলাই সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাৰ শীর্ষত মেৰীকম

বলিউদৰ নামী-দামী অভিনেত্ৰী তথা দেশৰ আগশাৰীৰ বহু অভিজ্ঞ মহিলা ৰাজনীতিবিদক পিছ পেলাই ভাৰতৰ সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাত শীৰ্ষ স্থান দখল...

Read moreDetails

ডকমকাৰ পৰা অপহৃত ব্যৱসায়ীক হাওৰাঘাটৰ পৰা উদ্ধাৰ

কাৰ্বি আংলঙৰ ডকমকাৰ পৰা অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়। হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত হাওৰাঘাটৰ অন্যতম অভিযুক্ত তপন...

Read moreDetails
Page 4049 of 5974 1 4,048 4,049 4,050 5,974

Stay Connected

Recent News