কোকৰাঝাৰ জিলাৰ মুছলমান সম্প্ৰদায়ৰ বসতিপূৰ্ণ বৰুৱাপাৰা গাঁৱৰ বাসিন্দাসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল উদাহৰণ দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম...
Read moreDetailsচূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন কাষ চাপি অহাৰ সময়তে দাবী আৰু নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে নিষ্পত্তিকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা...
Read moreDetailsশুকুৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট-২০১৯ত অসমকে ধৰি উত্তৰ-পূবলৈ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ অধীনত ধাৰ্য্য ধনৰ পৰিমাণ হ’ল...
Read moreDetailsশিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত এক সভাত স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে জিলাখনত জাপানীজ এনকেফেলাইটিছ...
Read moreDetailsউত্তৰ পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ অন্তৰ্গত ঠিকাভিত্তিক মাইনিং কোম্পানীসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত নহয়। যিহেতু তিনিবছৰ বা সৰ্বাধিক পাঁচ...
Read moreDetails৩ জুলাইৰ নিশা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ পৰা নৱ নিৰ্বাচিত বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ তথা কেডাৰ বিষয়াসকলৰ সৈতে...
Read moreDetailsলিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমীয়া প্ৰতিদিন কাকতৰ লিডুৰ প্ৰথমজন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ গগৈ(৮৬) ৰ আজি নিশা...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং নৈৰ পাৰত খেলি থাকোতে এগৰাকী শিশু নৈৰ পানীত পৰি সন্ধানহীন...
Read moreDetailsনৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ দ্বিতীয়খন চৰকাৰৰ প্ৰথমখন বাজেট কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দাখিল কৰাৰ পিছতে বিভিন্ন মহলে প্ৰতিক্ৰিয়া...
Read moreDetailsউত্তৰ-পূব তথা সমগ্ৰ ভাৰতবৰ্ষৰ আয়কৰ দাতা সকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে বাজেট দাখিল কৰাৰ সময়ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd