ইমনা মেৰেন ইমছঙলৈ ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’

নাগালেণ্ডৰ উদ্ভাৱক ইমনা মেৰেন ইমছঙক প্ৰদান কৰা হৈছে ২০১৯ বৰ্ষৰ 'দীননাথ পাণ্ডে স্মাৰ্ট ইন'ভেছন বঁটা’। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত...

Read moreDetails

বৰ্তমান আটাইতকৈ বিপৰ্য্যয়ৰ মুখত আছে আমাৰ গণতন্ত্ৰ : যশৱন্ত সিনহা

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকাল অন্ত পৰিবলৈ মাজত মাত্ৰ দুটামান মাহহে বাকী আছে। তেনে সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক ‘গণতন্ত্ৰ...

Read moreDetails

অৰ্ণৱ গোস্বামী-ৰিপাব্লিক টিভিৰ বিৰুদ্ধে এজাহাৰ, তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ

ৰিপাব্লিক টিভি আৰু চেনেলটোৰ মুখ্য সম্পাদক, অসম সন্তান অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰি তদন্তৰ নিৰ্দেশ দিছে পাটিয়ালা...

Read moreDetails

শংকৰদেৱ সংঘৰ ধৰ্মধ্বজ্জা গায়ন-বায়নেৰে অনা হ’ল বোকাখাতৰ মহুৰা পথাৰলৈ

সামৰণি পৰিল লাখ লাখ ভকত-বৈষ্ণৱৰ সমাগমেৰে মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশন। ২০২০...

Read moreDetails

নিজৰ পাপ থকা বুলি মানি লৈ আছুৰ পৰামৰ্শমতে গংগাত স্নানৰ বাবে সন্মত হ’ল মন্ত্ৰী হিমন্ত

‘আছুক পৰিষ্কাৰ কৰিব লাগিব আৰু সেই দায়িত্ব বিজেপিৰ’ বুলি কোৱা মন্ত্ৰী হিমন্তই নিজৰ পাপ থকাৰ কথা আজি আওপকীয়াকৈ স্বীকাৰ কৰে...

Read moreDetails

বাংলাদেশ ভ্ৰমণত ভাৰতীয় বায়ুসেনা মুৰব্বী

চাৰিদিনীয়া বিভাগীয় ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশলৈ যাব ভাৰতীয় বায়ুসেনা মুৰব্বী এয়েৰ চ্চিফ মাৰ্শ্বেল বিৰেন্দৰ সিং ধানৱা। ভ্ৰমণকালত ধানৱাই বাংলাদেশৰ তিনিওটা প্ৰতিৰক্ষা...

Read moreDetails

কাজিৰঙাৰ পৰা মানাহলৈ ২টা গঁড় পোৱালি স্থানান্তৰ

বানপানীৰ সময়ত উদ্ধাৰ হৈ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালিত হোৱা এহাল গঁড় পোৱালিক আজি মানাহ...

Read moreDetails

ৰাজ্যসভাত বিজেপিৰ বাদে কোনেও বিধেয়কখনৰ পক্ষত ভোট নিদিয়ে, গতিকে গৃহীত নহয় : যশৱন্ত সিনহা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূবতে ক্ষোভৰ জুই জ্বলি থকাৰ সময়ত বিধেয়কখন ৰাজ্যসভাত গৃহীত নহয় বুলি অভয় বাণী প্ৰদান কৰিছে...

Read moreDetails

অহা বৰ্ষৰ পৰা অসম চৰকাৰে আগবঢ়াব আন্তঃৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ সাহিত্য বঁটা

প্ৰাচীন ব্ৰহ্মপুত্ৰ সভ্যতাক বিশ্বৰ বুকুত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অহা বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১০ লাখ টকা মূল্যৰ...

Read moreDetails

১২ লাখ টকাত নিলাম মোদীক অসমে দিয়া উপহাৰ

মাজুলীৰ এখন শৰাইকে ধৰি প্ৰধান মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক সন্মান আৰু আদৰৰ চিনৰূপে বিভিন্নজনে দিয়া উপহাৰসমূহ শনিবাৰে নিলাম হৈছে। ১৫...

Read moreDetails
Page 4301 of 5641 1 4,300 4,301 4,302 5,641

Stay Connected

Recent News