বিজেপিৰ অৱস্থা এতিয়া থৰক-বৰক : উপমন্যু হাজৰিকা

“বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা এটা শক্তিশালী শাসকীয় দল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত থৰক-বৰক হৈছে”, বিজেপিক ইংগিত কৰি আজি...

Read moreDetails

ডিফু জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক যৌন নিৰ্যাতনৰ অভিযোগত আটক

ডিফুৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে ডিফু আৰক্ষীয়ে অধ্যক্ষগৰাকীক আটক কৰিছে। উল্লেখযোগ্য যে ডিফুৰ...

Read moreDetails

বিশ্বনাথৰ বাঘমাৰীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথৰ বাঘমাৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো...

Read moreDetails

স্বায়ত্তশাসিত জিলা সমষ্টিত এ এছ ডি চিৰ হলিৰাম তেৰাং, বিজেপিৰ হৰেন সিং বে’

লোকসভা নিৰ্বাচনৰ বতাহ বলাৰ লগে লগে ক্ৰমাত অকৰ্ষণীয় হ’বলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতি। ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিৰ সমান্তৰালকৈ স্বায়ত্তশাসিত জিলা...

Read moreDetails

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক বিপুল আদৰণি দলীয় সমৰ্থকৰ

যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰা সুশান্ত বৰগোঁহাইয়ে আজি প্ৰথমবাৰৰ বাবে শিৱসাগৰ আৰু যোৰহাট জিলাৰ সংযোগস্থল...

Read moreDetails

ডবকাত দলঙৰ তলত নিখোজ হৈ থকা মহিলাৰ মৃতদেহ উদ্ধাৰ

হোজাই জিলাৰ ডবকাৰ ভেলৌগুৰীত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন দলঙৰ তলত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ফলত...

Read moreDetails

কাজিৰঙাৰ সঞ্চালক হিচাপে ভাৰতীয় বন সেৱা বিষয়া পি শিৱ কুমাৰৰ যোগদান

ভাৰতীয় বন সেৱা বিষয়া পেৰিয়াস্বামী শিৱকুমাকৰে আজি মুখ্য বন সংৰক্ষকৰ পৰা পদোন্নতিৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে যোগদান কৰিছে। মুখ্য...

Read moreDetails

আনুষ্ঠানিক ঘোষণাহে বাকী : তেজপুৰ, নগাৱঁক বাদ দি বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত

প্ৰাথিত্ব প্ৰয়াসীৰ পৰম উৎকণ্ঠাৰ অন্ত পেলাই বিজেপিয়ে অসমৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ১০টা সমষ্টিৰ ৮টাৰে প্ৰাৰ্থী চূড়ান্ত কৰিছে। তেজপুৰ আৰু নগাওঁ...

Read moreDetails

পৰুশুৰাম কুণ্ডলৈ যোৱা অসমৰ তীৰ্থযাত্ৰীক অৰুণাচলত দুৰ্বৃত্তৰ আক্ৰমণ

অৰুণাচলত শনিবাৰে নিশা অৰ্থাৎ ১৬ মাৰ্চত নিশা অসমৰ তীৰ্থযাত্ৰীক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই এতিয়া ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ ধেমাজিৰ...

Read moreDetails

‘ঐক্য, শান্তি, প্ৰগতি’ৰ দল অগপৰ নেতৃত্বই নিলম্বন কৰিলে আৰু দুজন সতীৰ্থক

দমনমূলক নীতি অব্যাহত ৰাখি আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বই দলটোৰ আৰু দুজন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যক নিলম্বন কৰিছে। আজি দলৰ...

Read moreDetails
Page 4539 of 5969 1 4,538 4,539 4,540 5,969

Stay Connected

Recent News