DMCA.com Protection Status

গণস্বাক্ষৰ অভিযান চলোৱা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ ৰাজ্যিক বিজেপিৰ

দলীয় স্থিতিলৈ কেৰেপ নকৰি অসমীয়াৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি অহা আৰু তাৰ বাবে বিভিন্ন কাৰ্য্যসূচীত ভাগ লোৱা...

Read more

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নামৰূপত প্ৰতিবাদ সাব্যস্ত

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ, আন্দোলন অব্যাহত থকাৰ মাজতে নামৰূপত আজি বিধেয়কখন বাতিলৰ দাবীত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু...

Read more

হিন্দু বিদেশী অনাতকৈ ভাৰতৰ হিন্দু সকলক সুৰক্ষা প্ৰদান কৰক : ববিতা শৰ্মা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। তেনে...

Read more

মহানগৰীত অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ শোকাৱহ মৃত্যু

অসমত ভ্ৰমণৰ বাবে অহা অষ্ট্ৰেলিয়াৰ এগৰাকী পৰ্যটকে গুৱাহাটীৰ এখন হোটেলত কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’বলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে। অষ্ট্ৰেলিয়াৰ উইলিয়াম...

Read more

মাজুলীক জৈৱিক কৃষিক্ষেত্ৰৰূপে গঢ় দিয়াৰ আঁচনি : কৃষি বিজ্ঞানীৰে উপায়ুক্তৰ বৈঠক

কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মাজুলীক ৰাজ্যৰ প্ৰধান জৈৱিক কৃষিক্ষেত্ৰৰূপে গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে মাজুলী জিলা প্ৰশাসনে। এইক্ষেত্ৰত এক উপযুক্ত প্ৰকল্প প্ৰস্তুত...

Read more

ডিমৌত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যু মহিলাৰ

শনিবাৰে নিশা শি‌ৱসাগৰৰ ডিমৌত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ চিতলীয়া গোৰ্খা চাপৰিত সংঘটিত...

Read more

জাতিৰ স্বাৰ্থত বেলতলা বজাৰত অখিল গগৈ – মীৰা বৰঠাকুৰৰ ঐতিহাসিক মিলন

বেলতলা বজাৰত অখিল গগৈয়ে আজি  নিজেই ব্যৱসায়ীসকলক লগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰ বিতৰণ কৰে। নাগৰিকত্ব...

Read more

নাগৰিকত্ব বিধেয়ক বিৰোধিতা : অকলে গণস্বাক্ষৰ সংগ্ৰহত জঁপিয়াই পৰিছে বিশ্বনাথৰ কংকুমণি

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ( Citizenship Amendment Bill 2016 )ৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ লগতে এইবাৰ ৰাজপথলৈ ওলায় আহিছে বিশ্বনাথৰ এজন...

Read more

আৰক্ষীৰ অভিযানত হোজাইৰ ডবকাত বৃহৎ পৰিমাণৰ দেশী আৰু বিদেশী সুৰা জব্দ

হোজাই জিলাত ভাৰতত তৈয়াৰী দেশী আৰু বিদেশী সুৰাৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ লক্ষ্যৰে হোজাই আৰক্ষীয়ে যোৱা তিনি মাহজুৰি ব্যাপক অভিযান...

Read more
Page 4708 of 5179 1 4,707 4,708 4,709 5,179

Recent News