অসমৰ সাংবাদিক সন্ত্ৰাসবাদী নেকি, মাননীয় প্ৰধান মন্ত্ৰী?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অসমৰ সাংবাদিক সন্ত্ৰাসবাদী নেকি? যিকোনো সংবাদকৰ্মীৰ আত্মসন্মানত আঘাত কৰিব পৰা এই প্ৰশ্নটোৱেই আজি উত্থাপিত হৈছে...

Read moreDetails

শেতালীৰ নি:কিন দিপালী বৰাৰ পৰিয়াললৈ স্পৰ্শ আৰু সাৰথিৰ সহায়ৰ হাত

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেতালী চাৰিআলিৰ  দিপালী বৰা নামৰ এগৰাকী নি:কিন যুৱতীৰ ঘৰৰ চোতালৰ পকা ধানৰ মেজিত আজি কেইদিনমানৰ আগতে...

Read moreDetails

কলিয়াবৰৰ নলতলিত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

কলিয়াবৰৰ নলতলিত আজি এঘৰ মানুহৰ ঘৰৰ বাৰীৰ পৰা এডাল প্ৰকাণ্ড আকাৰৰ অজগৰ সাপ উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে লোক...

Read moreDetails

বাক্সাত অভিযান চলাই ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুজনৰ মৃত্যু

আজি পুৱাৰ ভাগত বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এগৰাকী আৰক্ষী বিষয়াৰ লগতে গাড়ীচালকসহ দুজন লোকে...

Read moreDetails

মহানগৰীৰ ভাড়াঘৰত ড্ৰাগছ-নাৰী দেহ ব্যৱসায় চলোৱা যুৱক-যুৱতী, মহিলাক আটক

শনিবাৰে অৰ্থাৎ ২২ ডিচেম্বৰত গুৱাহাটীৰ ফটাশিল আমবাৰী আৰক্ষীয়ে ধীৰেনপাৰাৰ চম্পাৱতী ফিল্ডৰ কাষৰ এটা ভাড়াঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ...

Read moreDetails

প্ৰৱৰ্তন হ’ব ভূমি ৰাজহ সংগ্ৰহৰ নতুন পদ্ধতি; সামৰণি পৰিল মৌজাদাৰ সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন

নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম মৌজাদাৰ সন্মিলনৰ পঞ্চদশতম দ্বি-বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত...

Read moreDetails

শিৱসাগৰত নিৰ্যাতিতা কিশোৰীক ন্যায় প্রদানৰ উদ্দেশ্যে ঐক্য সেনা, অসমৰ ৰাজহুৱা সভা

শনিবাৰে অৰ্থাৎ ২২ ডিচেম্বৰত ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰংপুৰ জ্যোতি ক্লাৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত...

Read moreDetails

সাহিত্যিক নগেন শইকীয়ালৈ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা; আৰম্ভ হ’ল গুৱাহাটী গ্ৰন্থমেলা

বিশিষ্ট সাহিত্যিক নগেন শইকীয়ালৈ অসম প্ৰকাশন পৰিষদে জীৱনজোৰা সাধনা বঁটা আগবঢ়াই। শনিবাৰে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হোৱা ৩২সংখ্যক...

Read moreDetails

মুখ্য মন্ত্ৰী সোণোৱাল-ৰঞ্জিত দাসে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ‌সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল সন্দৰ্ভত আগবঢ়োৱা অশোভনীয় মন্তব্যৰ প্ৰতিবাদ এতিয়াও...

Read moreDetails

কংগ্ৰেছৰ উত্থানত মুখ্য মন্ত্ৰী সোণোৱালে মানসিক ভাৰসাম্য হেৰুৱাইছে : অপূৰ্ব ভট্টাচাৰ্য

দেশৰ ৫ খন ৰাজ্যৰ নিৰ্বাচনী ফালফলত কংগ্ৰেছৰ উত্থানত শংকিত হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে...

Read moreDetails
Page 4753 of 5964 1 4,752 4,753 4,754 5,964

Stay Connected

Recent News