পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গোৱালপাৰা কংগ্ৰেছত খহনীয়া; অগপত যোগদান কেইবা শতাধিক কংগ্ৰেছীৰ

পঞ্চায়ত নিৰ্বাচনৰ দিন চুমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনী তৎপৰতা।...

Read moreDetails

১৫-১৭ নৱেম্বৰলৈ গুৱাহাটীত সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন

গুৱাহাটীত অনুষ্ঠিত হ'ব সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন। খানাপাৰৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অহা ১৫-১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব এই...

Read moreDetails

শিৱসাগৰত ৰহস্যজনক অৱস্থাত পুখুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰৰ ঘিলাগুৰি অঞ্চলত আজি পুৱা এটা পুখুৰীত উপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

Read moreDetails

যুৱতীক ডিঙি ৰেপি হত্যা কৰি প্ৰেমিকৰ আত্মহত্যাৰ চেষ্টা; মাকুমত চাঞ্চল্য

তিনিচুকীয়া জিলাৰ মাকুমৰ কুমাৰপত্তিত আজি পুৱা এজন যুৱকে নিজৰ প্ৰেয়সীক হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ...

Read moreDetails

নোবেল বিজয়ী ব্যক্তিৰ কৰ্মৰাজিৰ ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব এলানি বক্তৃতা

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে নোবেল বঁটা বিজয়ী ব্যক্তিৰ ওপৰত দুদিনীয়াকৈ এলানি বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ক্ৰমে বুধবাৰ...

Read moreDetails

অৰুণাচলৰ উপ-মুখ্য মন্ত্ৰীৰ চাহ বাগিচাৰ মহৰীক অপহৰণ; আলফা (স্বা) জড়িতৰ সন্দেহ

অৰুণাচল প্রদেশৰ নামচাই জিলাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত নংটাও অঞ্চলৰ বামচুক বিলস্থিত ছতি চাহ বাগিচাৰ মহৰী দেৱব্ৰত দেবক অস্ত্ৰধাৰী দুৰ্বৃত্তৰ...

Read moreDetails

আই আই টি গুৱাহাটীত পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী বাঘ

আজি আই আই টি গুৱাহাটীৰ চৌহদত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। প্ৰতিষ্ঠানখনৰ চৌহদত বন বিভাগে পতা পিঞ্জৰাত প্ৰকাণ্ড বাঘটো...

Read moreDetails

ওদালগুৰিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন লোক

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটিয়াচাং নতুন বস্তিত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকে প্ৰাণ হেৰুৱায়। দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত গাঁৱখনৰ...

Read moreDetails

সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসান

অসমীয়া ভাষা-সাহিত্যৰ বিশিষ্ট সাধক সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ আজি দেহাৱসান ঘটে। আজি পুৱা প্ৰায় ৪.৪৫ বজাত বিশিষ্ট সাহিত্যিক তথা...

Read moreDetails

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ পৰলোকপ্ৰাপ্তি : মুখ্য মন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান আজি পুৱা বেংগালুৰুৰ শংকৰ কৰ্কট হাস্পতালত ৫৯ বছৰত পৰলোকপ্ৰাপ্তি ঘটে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী...

Read moreDetails
Page 4867 of 5961 1 4,866 4,867 4,868 5,961

Stay Connected

Recent News