কেন্সাৰ এতিয়াও সকলোৰে বাবে আতংকৰ কাৰণ। বহুতে যুগ যুগ ধৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু সহজে ইয়াক প্ৰতিৰোধ...
Read moreDetailsভাৰত আৰু থাইলেণ্ডৰ দীৰ্ঘদিনীয়া বন্ধুত্বত নতুন শক্তি আৰু গতি সংযোজন কৰি আজি বৃহস্পতিবাৰে বেংককৰ চৰকাৰী আৱাসত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেয়েতংটাৰ্ণ শ্বিনাৱাত্ৰাৰ...
Read moreDetailsঅসম চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেইটামান স্নেপশ্বট দাঙি ধৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক...
Read moreDetailsউচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল যেন বহু দূৰৈৰ গ্ৰহৰ লোক। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত যি তথ্য দিয়া আছে তাৰ বাহিৰে সাধাৰণ মানুহৰ বাবে...
Read moreDetailsবলীউডৰ অন্যতম বিখ্যাত অভিনেত্ৰী মাধুৰী দীক্ষিত। নব্বৈৰ দশকৰ এইগৰাকী জনপ্ৰিয় নায়িকাই কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে মাত্ৰ। বহু বিৰতিৰ অন্তত...
Read moreDetailsআৰ জে মাহভাশৰ ছ’চিয়েল মিডিয়া পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুজবেন্দ্ৰ চাহাল। চাহালৰ নাম মাহভাশৰ সৈতে জড়িত...
Read moreDetails২০২৫-২০২৬ শিক্ষাবৰ্ষৰ পৰা দেউৰী আৰু তিৱা ভাষাতো শিক্ষা প্ৰদান কৰা হ’ব । অসমৰ ১২৬ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত দেউৰী আৰু...
Read moreDetailsচিৰাং জিলাৰ কাজলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধলিগাঁৱত কাজলগাঁও আৰক্ষীয়ে হাতে লোতে ধৰিলে এক তেল চোৰৰ চক্ৰ। এক গোপন সূত্ৰৰ ভিত্তিত...
Read moreDetailsঅসমবাসীলৈ আন এক সুখৰ খবৰ। ব’হাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰ। এইবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ।...
Read moreDetailsবড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে "এলটাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড" নামৰ এটা নতুন ৰাজনৈতিক দল। নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd