কোকৰাঝাৰত সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা ‘চিকিৎসক’ গ্ৰেপ্তাৰ

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে ভুৱা চিকিৎসকৰ দপদপনি। আজি কিছু দিনপুৰ্বে বৰপেটাত এজন ‘মুন্নাভাই’ সদৃশ চিকিৎসক আটক হোৱা ঘটনাই সৃষ্টি...

Read moreDetails

গুৱাহাটীৰ চিৰিয়াখানাৰ বিশাল ভূমি বনিয়াক গতোৱাৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ!

দেশৰে অন্যতম বৃহৎ অসম ৰাজ্যিক চিৰিয়াখানাৰ বিশাল সেউজ ভূমি বিলাসী হোটেল খোলাৰ বাবে বনিয়াৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰিছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে...

Read moreDetails

প্ৰধান মন্ত্ৰী, আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি বিভিন্নজনৰ হিমাক অভিনন্দন

চলিত এছিয়ান গেইমছত দেশৰ হৈ ৰূপৰ পদক জয় কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হিমাক দেশৰ বিভিন্নজনে হিয়া উজাৰি অভিনন্দন...

Read moreDetails

ৰূপৰ পদক অৰ্জনেৰে দেশবাসীক গৌৰৱাম্বিত কৰা হিমালৈ মুখ্য মন্ত্ৰীৰ অভিনন্দন

জাকার্টাত অনুষ্ঠিত এছিয়ান গেইমছত ৪০০ মি দৌৰত ৰূপৰ পদক অৰ্জনেৰে ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱাম্বিত কৰা হিমা দাসক মুখ্য মন্ত্ৰী সৰ্বানন্দ...

Read moreDetails

এছিয়ান গেইমছত গোটেই দেশক উজলোৱা হিমাৰ গৌৰৱিত গাঁওবাসীয়ে আতচবাজীৰে পালন কৰিলে আনন্দোৎসৱ

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছত অসম গৌৰৱ হিমা দাসে আজি মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে ৰূপৰ পদক অৰ্জন কৰাৰ লগে...

Read moreDetails

অবৈধ অনুপ্ৰৱেশকাৰীক লৈহে জাতীয় নেতাসকলৰ ভবিষ্যৎ ৰাজনৈতিক পৰিকল্পনা আছে, খিলঞ্জীয়াসকলক লৈ নাই : উপমন্যু হাজৰিকা

“অবৈধ অনুপ্ৰৱেশকাৰীসকলক লৈয়ে জাতীয় নেতাসকলৰ ৰাজনৈতিক পৰিকল্পনা আছে। কিন্তু খিলঞ্জীয়াসকলক লৈ নাই।” দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি...

Read moreDetails

মই মহাত্মা গান্ধীৰ পিছতেই ৰাজনৈতিকভাৱে বাজপেয়ীক শ্ৰদ্ধা কৰোঁ : প্ৰফুল্ল কুমাৰ মহন্ত

'ভাৰতবৰ্ষক সমৃদ্ধিশালী কৰি তুলিবলৈ অটল বিহাৰী বাজপেয়ীয়ে প্ৰচেষ্টা চলাইছিল। ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁৰ প্ৰচেষ্ঠা গুৰুত্বপূৰ্ণ আছিল।' এই...

Read moreDetails

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ আন্তঃক্লাব ‘এ’ ডিভিজন ফুটবল লীগ

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা মঙলদৈ বিদ্যাপীঠ খেলপথাৰত আৰম্ভ হৈছে চলিত বৰ্ষৰ কুমাৰ জ্যোতিৰিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী ‘এ’ ডিভিজন...

Read moreDetails

হাতী-মানুহৰ সংঘাত: বাক্সাৰ নাগ্ৰীজুলি থানাত সজাগতা সভা বন বিভাগৰ

বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তত হোৱা অবাধ বন ধ্বংস আৰু বনাঞ্চলসমূহত চলা অবাধ বেদখলৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত...

Read moreDetails

লাডেনৰ সন্ত্ৰাস অব্যাহত, নাগ্ৰীজুলি চাহ বাগিচাত পুনৰ ভাঙিলে ৯টাকৈ বাসগৃহ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত লাডেন নামৰ বনৰীয়া হাতীটোৰ সন্ত্ৰাস আজিও অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া...

Read moreDetails
Page 5117 of 5958 1 5,116 5,117 5,118 5,958

Stay Connected

Recent News