“ৰাজেন গোহাঁইৰ এই লম্পটৰ চৰিত্ৰটো নতুন নহয়। ৯০-ৰ দশকতো তেওঁ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ গোচৰত জাজাৰি থানাত এৰাতি কটাইছিল।” বিজেপিৰ...
Read moreDetailsলখিমপুৰ জিলাৰ অন্তৰ্গত যোগীবাৰী গাৱঁৰ পৰা মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়লৈ এগৰাকী গৰ্ভাৱতী মহিলাক অতি সংকটজনক অৱস্থাত ঠেলাত তুলি...
Read moreDetailsনগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে শনিবাৰে নগাঁও চহৰৰ নেহৰুবালিৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে প্ৰাক্তন...
Read moreDetailsকলিয়াবৰৰ স্থানীয় যুৱক তথা ৰাইজৰ ব্যৱস্থাপনা আৰু সদৌ অসম চটোকান কাৰাটে ড'ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২আগষ্টত কাৰাটে প্ৰতিযোগিতাৰ...
Read moreDetailsকোকৰাঝাৰ জিলাৰ ছালাকাটিত নিৰ্মীয়মাণ তাপ বিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম হৈছে যদিও তাপ বিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণকাৰী সংস্থা এন টি পি চিৰ বিষয়া-কৰ্মচাৰীসকলৰ...
Read moreDetailsনতুন দিল্লীত ১০ আগষ্টৰ পৰা হোৱা এক কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশ গ্ৰহণ কৰা হাজোৰ দুগৰাকী যুৱকে সফলতা অৰ্জন কৰিবলৈ...
Read moreDetailsদীৰ্ঘদিন ধৰি চিৰিয়াখানাৰ সুৰক্ষাৰ বাবে মাত মাতি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চই শনিবাৰে পুৱা ১১ বজাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰি...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত থকা কাৰ্বি আংলং জিলাৰ ৰংমঙৱে নামৰ স্থানত থকা শিলৰ কুৱেৰীত শনিবাৰে বিয়লি সংঘৰ্টিত এক দুৰ্ঘটনাত...
Read moreDetailsবিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান কৰা মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত কলমৌবাৰী গাঁও পঞ্চায়তত এন আৰ চিৰ কামত নিয়োজিত হৈ...
Read moreDetailsধুবুৰীৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো গোচৰ পঞ্জীয়ন নকৰা বুলি শুকুৰবাৰে এক সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd