অসমৰ সংগীত জগতত দৰদী কণ্ঠশিল্পী, অতুলনীয় সংগীতজ্ঞ হিচাপে পৰিচিত জয়ন্ত হাজৰিকাৰ আজি জন্ম বাৰ্ষিকী। সমগ্ৰ অসমতে আজিৰ দিনটোত শিল্পীগৰাকীক স্মৰণ...
Read moreDetailsৱাই এছ আৰ কংগ্ৰেছৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ দিনত তিৰুপতি মন্দিৰত জন্তুৰ চৰ্বি ব্যৱহাৰ কৰি লাড়ু তৈয়াৰ কৰা হৈছিল! অন্ধ্ৰ প্ৰদেশৰ...
Read moreDetailsবৰ্তমান ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া (চি ই অ’) হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমৰ এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়া অনুৰাগ গোৱেলৰ...
Read moreDetailsঠিক কিমান উচ্চ ৰক্তচাপ উঠিলে চিকিৎসকৰ ওচৰলৈ যাব? বা চিকিৎসকে কেতিয়া বুজিব যে আপুনি উচ্চ ৰক্তচাপত আক্ৰান্ত? এই তথ্য আগৰ...
Read moreDetailsএন্টিবায়টিকৰ উদ্ভাৱন চিকিৎসা বিজ্ঞানৰ অন্যতম যুগান্তকাৰী আৱিষ্কাৰ। কিন্তু শাকেপাতে সেই ঔষধ খোৱাই কাল হবলৈ আগবাঢ়িছে। দীৰ্ঘদিন ধৰি চিকিৎসসকলে এন্টিবায়টিক সেৱনৰ...
Read moreDetailsশিৱসাগৰৰ কোঁৱৰপুৰত পুঁৱতি নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ অৱৈধ সুৰাৰ বাবেই পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ ৷ কোঁৱৰপুৰৰ...
Read moreDetailsযোৱা সপ্তাহত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে ইউক্ৰেইনৰ সৈতে দেশখনৰ যুদ্ধত ৰাছিয়াৰ বাহিনীৰ হৈ যুঁজি প্ৰতাৰিত ৯১ জন ভাৰতীয়ৰ ভিতৰত...
Read moreDetailsআপুনি হয়তো ভাবিছিল, কামকলৈ অকল আপুনিয়েই অসন্তুষ্ট! কৰ্মক্ষেত্ৰত আপোনাৰ দৰে সমস্যাৰ সন্মুখীন আন কোনোৱে হোৱা নাই? এটা সমীক্ষাত কোৱা হৈছে...
Read moreDetailsপেজাৰৰ পিছত এইবাৰ ৱাকিটকি! দুদিন ধৰি লেবাননত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হৈ আছে। ইয়াৰ উপৰিও লেণ্ডলাইন ফোন বিস্ফোৰণৰ খবৰো পোৱা গৈছে।...
Read moreDetailsআজিৰ যুগত মানুহৰ বাবে হাৰ্ট এটেক বা কাৰ্ডিয়াক এৰেষ্ট হৈ পৰিছে আটাইতকৈ ভয়াৱহ সমস্যা। হাৰ্ট এটেক হঠাতে হয় আৰু ইয়াৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd