আমেৰিকাৰ ভেটোৰ বাবে থমকি ৰ’ল গাজাত ৰাষ্ট্ৰসংঘৰ মানৱীয় যুদ্ধবিৰতিৰ প্ৰস্তাৱ

গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত সংযুক্ত আৰব আমিৰশ্বাহীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ অনা প্ৰস্তাৱৰ ওপৰত ভেটো প্ৰদান কৰিলে আমেৰিকাই।...

Read moreDetails

ছোনিয়া গান্ধীৰ জন্মদিনত শুভেচ্ছাৰে উপচালে বিভিন্নজনে; কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

ৰাজনীতিত শত্ৰু! ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য আছে। কিন্তু সৌজন্যতাৰ অভাৱ হোৱা নাই। সেয়ে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক...

Read moreDetails

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰৰ বিৰুদ্ধে এইবাৰ কৰ ফাঁকিৰ গোচৰ; হ’ব পাৰে ১৭ বছৰ জে’ল

পুনৰ অপৰাধমূলক গোচৰত অভিযুক্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেন। তেওঁৰ বিৰুদ্ধে কৰ ফাঁকিৰ গোচৰ ৰুজু কৰা হৈছে।...

Read moreDetails

ক’তো নিৰাপদ নহয়! পাছপ’ৰ্টৰ বাবে থানালৈ যোৱা মহিলা মূৰত গুলী; ‘ভুল কৰি’ গুলী চলোৱা আৰক্ষী বিষয়া পলাতক!

পাছপ’ৰ্ট ভেৰিফিকেচনৰ বাবে থানালৈ গৈ গুলীবিদ্ধ হ’ল এগৰাকী মহিলা। থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শকে (এছ আই) ‘ভুলতে’ চলোৱা গুলী মহিলাগৰাকীৰ মূৰত লাগে।...

Read moreDetails

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ অন্যতম অভিযুক্তৰ জামিন লাভ

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ অন্যতম অভিযুক্তই জামিন লাভ কৰিছে। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত অভিযুক্ত মোহন নাইক এনক কৰ্ণাটক উচ্চ ন্যায়ালয়ে জামিন...

Read moreDetails

অভূতপূৰ্ব! আমাৰ সূৰ্য্যটো দেখিবলৈ কেনেকুৱা? দেখুৱাই দিলে সৌৰযান আদিত্যই

ইছৰোৰ চন্দ্ৰযান চন্দ্ৰত অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছে। এইবাৰ ভাৰতীয় মহাকাশ সংস্থাৰ সৌৰযান আদিত্য এল ১ য়ে সূৰ্য্যৰ ফটো তুলিলে।...

Read moreDetails

ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চই পালন কৰিলে অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস

আধুনিক অসমৰ অগ্ৰদূত, অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া, ‘হেমকোষ’ অভিধানৰ প্ৰণেতা তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ...

Read moreDetails

২০১৮ চনৰ পৰা বিদেশত অধ্যয়ন কৰিবলৈ গৈ মৃত্যু ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ; জনালে কেন্দ্ৰই

২০১৮ চনৰ পৰা মাত্ৰ পাঁচ বছৰত বিদেশত অধ্যয়ন কৰি থকা অৱস্থাত মৃত্যু হৈছে ৪০৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ। ইয়াৰে অধিকাংশই কানাডাত মৃত্যুবৰণ...

Read moreDetails

লোকসভাত মহুৱাৰ বিৰুদ্ধে এথিক্স কমিটিৰ ৰিপ’ৰ্ট দাখিল; দ্বিতীয়বাৰৰ বাবে স্থগিত হ’ল সদন

লোকসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰে পৰাই মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰৰ ওপৰত দৃষ্টি ৰখা হৈছিল। এথিক্স কমিটিৰ প্ৰতিবেদন...

Read moreDetails

উঞ্ছবৃত্তি নে মহদ্ ভ্ৰম! `অসম ম্যানমাৰৰ অংশ আছিল’-উচ্চতম ন্যায়ালয়ত কপিল ছিবালে এয়া কি ক’লে?

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে উত্তৰ-পূবৰ অসম ৰাজ্যখন এসময়ত ম্যানমাৰৰ অংশ আছিল বুলি কৈ অসমৰ ইতিহাস ‘বিকৃত’ কৰা বুলি অভিযোগ উঠিছে।...

Read moreDetails
Page 920 of 5966 1 919 920 921 5,966

Stay Connected

Recent News