মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত আছাম ৰাইফলছৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

যোৱা ৭ ছেপ্টেম্বৰত উগ্ৰপন্থীৰ গুলিত নিহত হোৱা ৰাইফলমেন চম্পেশ্বৰ মাহাখুদক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱা হয়। আইজিএআৰ (দক্ষিণ)ৰ তৰফৰ...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চলত চেগাচেৰেকাৰ পৰা ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটীস্থ আঞ্চলিক বতৰ-বিজ্ঞান কেন্দ্ৰই জনোৱা মতে অহা ২৪ ঘণ্টাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত চেগাচেৰেকাকৈ বৰষুণ অহাৰ লগতে...

Read moreDetails

৫ম ছিল্ক ৰোড আন্তৰ্জাতিক কলা মহোৎসৱত যোগ দিব মণিপুৰৰ এটা সাংস্কৃতিক সঁজাতী দলে

৬গৰাকী মহিলা শিল্লীকে ধৰি মুঠ ১৫গৰাকী শিল্পীৰে গঠিত মণিপুৰৰ এটা সাংস্কৃতিক সঁজাতী দলে চীন ভ্ৰমণ কৰিব। ৰাজ্যিক কলা আৰু সংস্কৃতি...

Read moreDetails

ইম্ফলত অনুষ্ঠিত ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ কাৰ্যবাহী পৰিষদৰ সভা

আজি ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ কাৰ্যবাহী পৰিষদৰ সভাখন ইম্ফলত অনুষ্ঠিত হৈছে। এই সভাখনত মুখ্য অতিথি হিচাপে মণিপুৰৰ মুখ্য মন্ত্ৰী এন...

Read moreDetails

ইম্ফলৰ উপকণ্ঠত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত হতাহত ৪

যোৱা নিশা মণিপুৰৰ ৰাজধানী ইম্ফলৰ উপকণ্ঠত সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ জন নিহত হোৱাৰ লগতে ১জন লোক আহত হৈছে বুলি...

Read moreDetails

মণিপুৰ বন বিভাগৰ পৃষ্ঠপোষকতাত থৌবাল ফৰেষ্ট ডিভিজনৰ সমুহীয়া অগৰু ৰোপণ কাৰ্যসূচী

চলিত বৰ্ষৰ জুন মাহৰ শেষৰ ফালে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পাচত ৰাজ্যখনৰ বন মন্ত্ৰী থৌনাওজাম...

Read moreDetails

এনএছচিএন-কেৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল খাংগো কনিয়াকৰ বিৰুদ্ধে মহাভিযোগ

নেশ্যনেল ছচিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ড-খাপলাঙে (NSCN-K) আজি সংগঠনটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ এছএছ খাপলাঙৰ ভতিজা উং আঙক দলটোৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছে।...

Read moreDetails

কৰ্তব্যত অৱহেলাৰ দোষত মণিপুৰৰ দুজন আৰক্ষীৰ লোকক নিলম্বন

নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰবাম পথত অগ্নি সংযোগৰ ঘটনা সন্দৰ্ভত কৰ্তব্যত অবহেলা কৰাৰ দোষত দুগৰাকী অআৰক্ষী উপ-পৰিদৰ্শকক নিলম্বন কৰিছে মণিপুৰ চৰকাৰে।...

Read moreDetails

১৮৯১ৰ ব্ৰিটিছ-মণিপুৰৰ যুদ্ধৰ সোঁৱৰণত মণিপুৰৰ বিভিন্ন স্থানৰ লগতে ইম্ফলতো দেশপ্ৰেমিক দিৱস পালন

১৮৯১ৰ ব্ৰিটিছ-মণিপুৰৰ যুদ্ধত প্ৰাণ আহুতি দিয়া সকলৰ সোঁৱৰণত আজি মণিপুৰৰ বিভিন্ন স্থানৰ লগতে ইম্ফলতো দেশপ্ৰেমিক দিৱস পালন কৰা হৈছে। ১৮৯১...

Read moreDetails

মণিপুৰৰ এক বৃহৎ সংখ্যক কৃষকৰ উপাৰ্জনৰ প্ৰধান উৎস আনাৰসৰ খেতি

মণিপুৰ জৈৱিক অভিযান এজেঞ্চিৰ উদগণিমূলক পদক্ষেপৰ বাবে ৰাজ্যখনৰ এক বৃহৎ সংখ্যক কৃষকৰ বাবে আনাৰসৰ খেতি উপাৰ্জনৰ প্ৰধান উৎস হৈ পৰিছে।...

Read moreDetails
Page 62 of 95 1 61 62 63 95

Stay Connected

Recent News