উত্তৰ-পূব

নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; ১২০০ বাহনৰ কনভয় লৈ কংগ্ৰেছলৈ উভতিল হেভিৱেট নেতা (ভিডিঅ’ চাওক)

মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত। জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ বুলি পৰিচিত সমন্দৰ পেটেলে ১২০০খন বাহনৰ কনভয় লৈ কংগ্ৰেছত যোগদান...

Read moreDetails

যুদ্ধৰ ভাবুকি! আমেৰিকাৰে হলিগলি কৰা টাইৱানক কেন্দ্ৰ কৰি চীনৰ বৃহৎ সামৰিক অনুশীলন

চীনে টাইৱানৰ আশে-পাশে বৃহৎ সামৰিক অনুশীলন আৰম্ভ কৰিছে। শেহতীয়াকৈ টাইৱানৰ উপ-ৰাষ্ট্ৰপতি উইলিয়াম লাই আমেৰিকা ভ্ৰমণত গৈছে। ইয়াকে লৈ ক্ষুব্ধ হৈ...

Read moreDetails

দেৱেন দত্ত চাৰৰ সৈতে মোৰ সম্পৰ্ক

দেৱেন দত্ত চাৰৰ সৈতে মোৰ সম্পৰ্ক অন্বেষাৰ প্ৰায় জন্ম লগ্নৰে পৰা বুলি ক'ব পাৰি। তেখেত আমাৰ কাম-কাজত সম্পূৰ্ণ সক্ৰিয়ভাৱে জড়িত...

Read moreDetails

হাস্পাতালৰ নাইট ডিউটিত হত্যা কৰিছিল ৭টা নৱজাতকক; আদালতত দোষী সাব্যস্ত নাৰ্ছ

এগৰাকী ব্ৰিটিছ নাৰ্ছৰ বিৰুদ্ধে ৭টা নৱজাতকক হত্যা কৰাৰ অভিযোগ উঠিছিল। শুকুৰবাৰে আদালতে তেওঁক দোষী সাব্যস্ত কৰে। নাৰ্ছগৰাকীয়ে এটা টোকাত নিজেই...

Read moreDetails

যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হোৱা উচিত? উচ্চতম ন্যায়ালয়ে বিচাৰিলে কেন্দ্ৰৰ মতামত

যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হ’ব লাগে? ১৬ নে ১৮? এই সন্দৰ্ভত বহুদিন ধৰি বিতৰ্ক চলি আহিছে। বিভিন্ন...

Read moreDetails

‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছদিনাই এই...

Read moreDetails

যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

প্ৰেমে বয়স নুবুজে, প্ৰেমে বয়স আৰু নামানে!  ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল মিডিয়া সম্ৰাট ৰূপাৰ্ট মাৰ্ডক।তেওঁৰ বৰ্তমানৰ প্ৰেমিকা ৬৬...

Read moreDetails

চন্দ্ৰৰ আৰু কাষ চাপিল চন্দ্ৰযান-৩; ইছৰ’ই মুকলি কৰিলে কেইবাটাও ভিডিঅ’

ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ আৰু কাষ চাপিল। শুকুৰবাৰে চন্দ্ৰযান-৩ৰ চন্দ্ৰ অৱতৰণৰ পথত আৰু এঢাপ আগবাঢ়িল। প্ৰপালচন মডিউলৰ পৰা পৃথক কৰাৰ পিছত...

Read moreDetails

দেৱেন দত্তৰ মৃত্যুৱে উদঙালে স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ: অভিযোগ আপৰ

বিশিষ্ট সক্ৰিয় ৰাজহুৱা কৰ্মী তথা অধ্যাপক দেৱেন দত্তৰ যোৱা নিশা গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে...

Read moreDetails

হিংসাজৰ্জৰ মণিপুৰৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ৰেহাই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালৰ

গোষ্ঠীগত সংঘৰ্ষৰ ফলশ্ৰুতিত তিনিমাহতকৈ অধিক সময় ধৰি অশান্ত হৈ আছে মণিপুৰ। এনে হিংসাত্মক পৰিস্থিতিৰ ফলত প্ৰায় ৰুদ্ধ হৈ পৰিছে শৈক্ষিক...

Read moreDetails
Page 1038 of 6150 1 1,037 1,038 1,039 6,150

Stay Connected

Recent News