উত্তৰ-পূব

‘ককৰোচ জনতা পাৰ্টি’ৰ সৈতে পাকিস্তানী সংযোগৰ দাবী বিজেপিৰ; অনুগামীৰ তথ্য প্ৰকাশ কৰি প্ৰত্যুত্তৰ প্ৰতিষ্ঠাপকৰ

এতিয়া ছ’চিয়েল মিডিয়াৰ ৱালত মাত্ৰ এটা নামেই ঘুৰি ফুৰিছে - ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)। মাত্ৰ এসপ্তাহ পূৰ্বে গঠিত এই ‘পেৰ’ডি’...

Read moreDetails

বিধানসভাত ৰাজ্যপালৰ ভাষণৰ সময়তে মূল্যবৃদ্ধিকে ধৰি বিভিন্ন বিষয়ক লৈ প্ৰতিবাদত সদন ত্যাগ কৰিলে বিৰোধীয়ে

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰাৰ মাজতে শুকুৰবাৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ষষ্ঠদশ অসম বিধানসভাত...

Read moreDetails

পইতাচোৰাৰ পিছত এইবাৰ ‘পৰজীৱী’ৰ প্ৰৱেশ! এই ‘নেশ্যনেল পেৰাচাইটিক ফ্ৰণ্ট’ কি?

ভাৰতৰ ডিজিটেল ৰাজনৈতিক ক্ষেত্ৰখনত এক অভূতপূৰ্ব যুদ্ধ আৰম্ভ হৈছে! মাত্ৰ কেইদিনমানৰ আগতে যেতিয়া নেটজগতত জন্ম হোৱা ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)য়ে...

Read moreDetails

পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈকে ঘৰ এৰি আশ্ৰমত সন্ন্যাস গ্ৰহণ জন সুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰৰ

বিহাৰৰ ৰাজনীতিৰ অন্যতম চৰ্চিত নাম প্ৰশান্ত কিশোৰ পুনৰ শিৰোনামলৈ আহিছে। জন সুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক গৰাকীয়ে পাটনাৰ নিজ বাসগৃহ এৰি পাটনাৰ...

Read moreDetails

উৎকোচ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে এচিএছ বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ নগদ ৫০ লাখ টকা

উৎকোচৰ অভিযোগত ধৃত এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই প্ৰায় ৫০ লাখ...

Read moreDetails

ৰাষ্ট্ৰীয় ঘাইপথত চিচিটিভি বহুৱাই সেনাৰ গতিবিধি নিৰীক্ষণ! পাঠানকোটত উৎখাত পাক চোৰাংচোৱা চক্ৰ

পঞ্জাৱৰ পাঠানকোটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা বৃহৎ চোৰাংচোৱা চক্ৰ। পাকিস্তানলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ চলাচলৰ তথ্য সৰবৰাহৰ অভিযোগত এজন ব্যক্তিক...

Read moreDetails

অশান্ত বিশ্বত হিংসাৰ জুই! হণ্ডুৰাছত আৰক্ষী বিষয়াকে ধৰি নিৰ্বিচাৰ গুলীচালনাত কমেও ২৫ জন নিহত

হণ্ডুৰাছত নিৰ্বিচাৰ গুলীচালনাত কমেও ২৫ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে কেইবাজনো আৰক্ষী বিষয়াও। দুখন পৃথক স্থানত সংঘটিত হৈছে...

Read moreDetails

দেশজুৰি আলোড়ন, এইবাৰ “ককৰোচ জনতা পাৰ্টি”ৰ ট্ৰেডমাৰ্কৰ বাবে দাখিল দুখন আবেদন

এইবাৰ "ককৰোচ জনতা পাৰ্টি"ৰ ট্ৰেডমাৰ্কৰ বাবে দুখন আবেদন দাখিল কৰা হৈছে। এই ব্যংগত্মক আন্দোলনে ইতিমধ্যে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।...

Read moreDetails

কছমেটিক ইঞ্জেকশ্যন নিষিদ্ধ! নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই

দেশজুৰি সৌন্দৰ্য্যৰ বজাৰত ‘বিউটি ইনজেকচন’, ‘স্কিন গ্লো শ্বট’, ‘হোৱাইটিং ইনজেকচন’ বা ‘ইষ্টেণ্ট ইউথ থেৰাপী’ৰ দৰে সেৱাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বিশেষকৈ...

Read moreDetails

ভূমি বিক্ৰীৰ বাবে আপত্তিহীন প্ৰমানপত্ৰ প্ৰদানত উৎকোচ গ্ৰহণ; গ্ৰেপ্তাৰ অসম অসামৰিক সেৱাৰ বিষয়া

ভূমি বিক্ৰীৰ অনুমতি অনুমোদনৰ সৈতে জড়িত উৎকোচ লোৱাৰ অভিযোগত অসম অসামৰিক সেৱাৰ এজন বিষয়াক বৃহস্পতিবাৰে (২১ মে’) ৰাজ্যৰ তদাৰকী আৰু...

Read moreDetails
Page 104 of 6188 1 … 103 104 105 … 6,188

Stay Connected

Recent News