উত্তৰ-পূব

চিকিৎসাৰ বাবে কোটি কোটি টকা ধাৰ লৈছে সামান্থাই! আৰ্থিক সংকটত ভুগিছে নায়িকা?

অসুস্থতাৰ বাবে বৰ্তমান অভিনয়ৰ পৰা আঁতৰি আছে সামান্থা ৰুথ প্ৰভু। যাৰ বাবে তেওঁ ১২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। কিছু...

Read moreDetails

চৰ অঞ্চলৰ পৰা গুৱাহাটীলৈ অহা লোকেই বেছিকৈ গুৱাহাটীত অপৰাধ সংঘটিত কৰে : দিগন্ত বৰা

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৃহস্পতিবাৰে স্বীকাৰ কৰে যে সমগ্ৰ মহানগৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে আৰু তেওঁ কয়...

Read moreDetails

পঢ়াত মানসিক চাপ! কোটাত পুনৰ উদ্ধাৰ NEET প্ৰত্যাশী ছাত্ৰৰ মৃতদেহ

পুনৰ আন এজন ছাত্ৰই চিকিৎসা বিজ্ঞান পঢ়াৰ সপোন লৈয়েই মৃত্যুক আকোঁৱালি ল’লে ৰাজস্থানৰ কোটাত। NEET প্ৰস্তুতিৰ অস্বাভাৱিক চাপৰ বাবেই শিক্ষাৰ্থীসকলে...

Read moreDetails

মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ

আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টাৰ ২৬ বছৰীয়া যুৱতী য়েচিনিয়া লাটুৰে। সন্তান জন্ম দিয়া এই যুৱতীগৰাকীৰ বাবে ইমানেই আনন্দৰ যে ই এক নিচালৈ...

Read moreDetails

স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

মণিপুৰৰ মেইটি আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত চলি আছে। দুয়োপক্ষৰ সংঘাতৰ বাবে বিগত কেইমাহমানৰ পৰা মণিপুৰত যুদ্ধক্ষেত্ৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

পঢ়াই পঢ়ে, ৰোৱে পাণ: শিক্ষাৰ হেঁপাহ পূৰণৰ বাবে নৱম শ্ৰেণীত ৭৮ বৰ্ষীয় ছাত্ৰ

শিক্ষা লাভৰ বাবে বয়সৰ কোনো সীমনা নাই। বয়সৰ বাধা অতিক্ৰম কৰি জ্ঞান লাভৰ অফুৰন্ত হেঁপাহ পূৰণৰ অনেক উদাহৰণ সময়ে সময়ে...

Read moreDetails

যৌন নিৰ্যাতনৰ পিছত অবৈধ বালি খননৰ অভিযোগ; নতুন কেলেংকাৰীত চাপত ব্ৰীজভূষণ

মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ পাছত এইবাৰ নতুন বিতর্কত সোমাই পৰিছে বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিং৷ তেওঁৰ বিৰুদ্ধে অবৈধ বালি খননৰ...

Read moreDetails

ডিফুত বন্দুক দেখুৱাই ধন লুণ্ঠনৰ চেষ্টা: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

বুধবাৰে নিশা কাৰ্বি আংলঙৰ ডিফুত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। তিনি সন্দেহযুক্ত উগ্ৰপন্থীয়ে বন্দুক দেখুৱাই কেইবাজনো লোকৰ পৰা ধন দাবীৰ চেষ্টা...

Read moreDetails

ঐক্যবদ্ধ হৈ আমি এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব

অসমৰ পৰিস্থিতি বৰ বেয়া। চৰকাৰখনে কি ধৰণৰ কাম কৰি আছে ভাবিলে আচৰিত লাগে। চৰকাৰী কাম কেনেকৈ হয় আমি জানো। চৰকাৰী...

Read moreDetails

কৃষি মন্ত্ৰীৰ সমষ্টিতে বানপীড়িত গো-পালকৰ হাৰাশাস্তি! গো-বাটত কাঁটা তাঁৰৰ বেৰা বাগান কৰ্তৃপক্ষৰ

কৃষি আৰু পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতে এইবাৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে বানপীড়িত অঞ্চলৰ গো-পালক সকল। আজিও পশু খাদ্যৰ অভাৱত...

Read moreDetails
Page 1056 of 6150 1 1,055 1,056 1,057 6,150

Stay Connected

Recent News