উত্তৰ-পূব

ভূমিকম্পত বিধ্বস্ত তুৰস্ক-চিৰিয়াত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ আশংকা ৰাষ্ট্ৰসংঘৰ

এতিয়ালৈকে তুৰস্ক আৰু চিৰিয়াৰ সীমান্তত হোৱা বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ২৮ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত তুৰস্কত ২৪,৬১৭ জন লোকৰ...

Read moreDetails

গুলাব চান্দ কাটাৰিয়া: ৰাজস্থানৰ বিজেপি নেতা অসমৰ নতুন ৰাজ্যপালৰ বিষয়ে জানক সৱিশেষ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে অসমত গুলাব চান্দ কাটাৰিয়াকে ধৰি কেইবাখনো ৰাজ্যৰ বাবে নতুন ৰাজ্যপাল নিযুক্ত কৰে। ৰাজ্যপাল হিচাপে নিযুক্তি ঘোষণা...

Read moreDetails

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হ’ব চাহাবুদ্দিন চুপ্পু!

প্ৰাক্তন জিলা আৰু সত্ৰ ন্যায়াধীশ তথা দুৰ্নীতি নিয়ন্ত্ৰণ আয়োগৰ প্ৰাক্তন আয়ুক্ত মহম্মদ চাহাবুদ্দিন চুপ্পুক বাংলাদেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰা...

Read moreDetails

সলনি হ’ল দেশৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল; অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্যত ৰাজ্যপাল সলনি কৰিছে। ইয়াৰে কেইজনমান ৰাজ্যপালৰ পদত্যাগ গ্ৰহণ কৰা হৈছে আৰু কেইজনমানক  আন ৰাজ্যত ৰাজ্যপাল...

Read moreDetails

হায় মানৱতা! ভূমিকম্পত ধ্বংসস্তূপ হৈ পৰা অঞ্চলত লুণ্ঠনৰ অভিযোগ; তুৰস্কত ৪৮ জনক গ্ৰেপ্তাৰ

তুৰস্ক আৰু চিৰিয়াত শক্তিশালী ভূমিকম্পৰ ধ্বংসস্তূপত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ কাম চলি আছে। এতিয়া জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ সম্ভাৱনা প্ৰায়...

Read moreDetails

নাছাই দিছে ভাল খৱৰ; গৱেষণাত পোৱা গৈছে মঙ্গল গ্ৰহত পানীৰ সন্ধান!

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই গৱেষণাৰ বাবে কিউৰিঅ'চিটি ৰোভাৰ মঙ্গল গ্ৰহলৈ পঠিয়াইছিল। সেই কিউৰিঅ'চিটি ৰোভাৰৰ সহায়ত এটা আশ্চৰ্যজনক তথ্য পোহৰলৈ...

Read moreDetails

গুৱাহাটীত বিশাল সমাৱেশত চিপিআইএমৰ দাবী- ‘মোডী চৰকাৰে কাঢ়ি লৈছে শ্ৰমিক শ্ৰেণীৰ অধিকাৰ’

চৰকাৰ আৰু নিয়োগকৰ্তাৰ পৰা 'মাননি'  নহয়, 'মজুৰি'ৰ দাবী তুলি শনিবাৰে সহস্ৰাধিক আশা আৰু অংগনৱাড়ীৰ দৰে কৰ্মী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ...

Read moreDetails

এইবাৰ কানাডাৰ আকাশত ‘ৰহস্যময় লক্ষ্যবস্তু’ গুলীয়াই ভূপতিত কৰিলে আমেৰিকাৰ যুঁজাৰু বিমানে

চীনা গুপ্তচৰ বেলুন চিনাক্ত আৰু ধ্বংসক লৈ চলি থকা উত্তেজনাৰ মাজতে এইবাৰ কানাডাৰ আকাশত এটা "ৰহস্যময় লক্ষ্যবস্তু" (Unidentified object) আৱিৰ্ভাৱ...

Read moreDetails

পক্ষী গণনা : পবিতৰা অভৰায়ণ্যত বৃদ্ধি পালে ১৬ হাজাৰ পক্ষী

ৰাজ্যত ক্ৰমশঃ বিভিন্ন বন্যজীৱ লক্ষ্যনীয়ভাবে কমি অহাৰ সময়তে পোহৰলৈ আহিছে এটা সুখবৰ। এশিড়িয়া গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভৰায়ণ্যত বৃদ্ধি পাইছে...

Read moreDetails

আই পি এছ গৌৰৱ উপাধ্যায়ৰ পদোন্নতি

আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ক বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ পদৰ পৰা পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে। উল্লেখ্য...

Read moreDetails
Page 1240 of 6155 1 1,239 1,240 1,241 6,155

Stay Connected

Recent News