আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ মন্টগোমাৰী কাউণ্টিৰ এটা বিদ্যুৎ লাইনত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াৰ ফলত অঞ্চলটোত বিদ্যুৎ যোগান ব্যৱস্থাত এক...
Read moreDetailsBoy Boy dies after chocolate gets stuck in the throat চকলেট খাই আঁকোৱালি ল’লে মৃত্যুক! এক মৰ্মান্তিক ঘটনা। বিদ্যালয়ৰ ভিতৰত...
Read moreDetailsDibrugarh University ragging case ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ৰেগিংজনিত ঘটনা। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ঘটনাটো ইমানেই ভয়ংকৰ...
Read moreDetailsকিংবদন্তী গায়ক বব ডিলানে ক্ষমা বিচাৰিছে। ২০১৯ চনৰ পৰা শিল্পীজনে কিতাপত হস্তাক্ষৰৰ সলনি যন্ত্ৰ-স্বাক্ষৰ (মেচিন ছিগনেশ্যাৰ) দিয়াৰ বাবে ক্ষমা বিচাৰিছে।...
Read moreDetailsৰাজস্থান ৰয়েলছে সোমবাৰে বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত ১৭৪ ৰাণ সংগ্ৰহ কৰা মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ বাবে এক চুপাৰহিৰো...
Read moreDetailsচৌদি আৰৱৰ খেলুৱৈৱে শেহতীয়াৰকৈ ফিফা বিশ্ব কাপত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে দলটোৰ খেলুৱৈসকলক ৰোলছ ৰয়েছ বাহন উপহাৰ হিচাবে দিয়া হ’ব...
Read moreDetailsWoman kills husband and cuts the body in 22 pieces প্ৰথমে হত্যা কৰি তাৰ পিছত দেহ টুকুৰা কৰি কটা শেহতীয়া...
Read moreDetailsইম্ফলৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত ইমা বজাৰ দৰ্শন কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। কেৱল মহিলাই পৰিচালনা কৰা মণিপুৰৰ ইম্ফলৰ ঐতিহাসিক...
Read moreDetailsভাৰত-ভূটান উপগ্ৰহ উৎক্ষেপনে ভূটান লাভাৱান্বিত কৰিব। এই মন্ত্ব্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।‘বিক্ৰম এছ’ ৰকেট উৎক্ষেপণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘কালিহে...
Read moreDetailsপ্ৰধানমন্ত্ৰী মোদীৰ সমালোচনাত মুখৰ হৈ পৰিছে কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ।" খাৰ্গেই কয় ত কৰে আৰু কয় যে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd