সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে কয় যে সন্ত্ৰাসবাদৰ...
Read moreDetailsৰে'ল মন্ত্ৰালয়ে নন-চাব আৰবান অঞ্চলসমূহৰ বাবে আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনত ২০ কিলোমিটাৰ দূৰত্বৰ পৰা অসংৰক্ষিত টিকট বুক কৰাৰ...
Read moreDetailsপুনৰ এক গেছ লিকৰ ঘটনাই আতংকিত কৰি তুলিছে হায়দৰাবাদৰ বাসিন্দাসকলক। হায়দৰবাদৰ কস্তুৰবা চৰকাৰী মহাবিদ্যালয়ৰ এটা পৰীক্ষাগাৰত ৰাসায়নিক গেছ লিক হোৱাৰ...
Read moreDetailsবম্বে উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ভীমা কোৰেগাঁও গোচৰৰ অন্যতম অভিযুক্ত সক্ৰিয় সমাজকৰ্মী আনন্দ টেলটুম্বডেৰ জামিন মঞ্জুৰ কৰিছে। লাইভ ল’ৰ বাতৰি অনুসৰি...
Read moreDetailsঅল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েশ্যনে (AIBEA) শনিবাৰে (১৯ নৱেম্বৰ) চুক্তি ভংগ, ইউনিয়নৰ অধিকাৰত হস্তক্ষেপকে ধৰি কেইবাটাও অভিযোগ তুলি বেংক ধৰ্মঘটৰ...
Read moreDetailsলীলাবাই চিতালে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল। তেতিয়া তেওঁ এজনী বাৰ বছৰীয়া ছোৱালী আছিল। কিন্তু লীলাবাই এতিয়া এগৰাকী...
Read moreDetailsসন্ত্ৰাসবাদক মানৱতা, স্বাধীনতা আৰু সভ্যতাৰ শত্ৰু আখ্যা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দৃঢ়তাৰে কয় যে কেইবা দশকধৰি বিভিন্ন ধৰণৰ...
Read moreDetailsআজি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত যোৰহাটৰ জেইলৰোড স্থিত "প্ৰীতম ভৱন'ত" এখনি গ্ৰন্থ উন্মোচন আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়...
Read moreDetailsৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইন বাহিনীৰ প্ৰতিৰোধৰ সন্মুখীন হৈ গুৰুত্বপূৰ্ণ চহৰ খেৰছনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত আন এটা...
Read moreDetailsধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত বৈধ তথা অবৈধ ভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুসংখ্যক ইটাভাটাই ৰয়েল্টি ফাঁকিৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd