উত্তৰ-পূব

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়, বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই। মহাৰাষ্ট্ৰৰ বিসম্বাদী মন্ত্ৰী-বিধায়কসকলে বালাচাহেব থাকৰেৰ নাম...

Read moreDetails

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিধায়ক বেচা-কিনা ৰাজনীতিৰ ঠিকাদাৰ: কটাক্ষ অজিত কুমাৰ ভূঞাৰ

দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ অভিকেন্দ্ৰ হৈ পৰিছে অসম। মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোৰ সূচনা কৰা বিসম্বাদী...

Read moreDetails

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন গৱেষণা আধাৰিত পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ে সহকাৰী প্ৰকল্প বিজ্ঞানীৰ পদৰ বাবে...

Read moreDetails

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

জমি উঠিছে মহাৰাষ্ট্ৰ ৰাজনীতি।উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া একনাথ সিন্দে শিবিৰে শনিবাৰে তেওঁলোকৰ...

Read moreDetails

Pineapple: আপুনিও আনাৰস খাই ভাল পাই নেকি? জানো আহক আনাৰসৰ উপকাৰিতাৰ বিষয়ে

আনাৰস বা মাটি কঠাল হ'ল সুস্বাদু আৰু সুগন্ধ থকা ফল৷ ইয়াৰ সোৱাদ হ'ল টেঙা-মিঠা। পকা আনাৰস কাটি ডোখৰ ডোখৰ কৰি...

Read moreDetails

ৰাজ্যৰ বান পৰিস্থিতিকলৈ সৰৱ; ৰাজভৱনৰ সন্মুখত আম আদমী পাৰ্টীৰ মানৱ শৃংখল

ৰাজভৱনৰ সন্মুখত আজি আম আদমী পাৰ্টীয়ে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। অসমৰ বানপানী সমস্যাকলৈ আপৰ এই মানৱ শৃংখল কাৰ্যসূচী...

Read moreDetails

লখিমপুৰত ‘ত্ৰুটিপূৰ্ণ’ বিদ্যুতৰ লাইনৰ বাবে শ শ চৰাইৰ কৰুণ মৃত্যু

লখিমপুৰত উচ্চ ক্ষমতাসম্পন্ন তাঁৰৰ বিদ্যুতৰ লাইনৰ দ্বাৰা বিদ্যুৎস্পৃষ্ট হৈ শ শ চৰাইৰ কৰণ মৃত্যু ঘটিছে। ধাননি পথাৰৰ ওপৰেৰে প্ৰবাহিত হৈ...

Read moreDetails

Asia’s largest railway station: নতুন ৰূপত পুনৰ মুকলি হ’ল বেইজিঙৰ এছিয়াৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচনটো

Asia’s largest railway station বেইজিঙৰ আটাইতকৈ পুৰণি ৰে’ল ষ্টেচনটোৱে একবিংশ শতিকাৰ নতুন ৰূপ লাভ কৰিছে। চিএনএনৰ এক প্ৰতিবেদনত এইকথা সদৰী...

Read moreDetails

Covid-19 Update: দেশত ২৪ ঘন্টাত কৰ’নাত ২০ জন লোকৰ মৃত্যু; ৯০ হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা কেইমাহমানত কৰোনাত মৃত্যুৰ সংখ্যা তথা চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল। সেইকাৰণে জনসাধাৰণৰ এক বৃহৎ অংশই মাৰাত্মক ভাইৰাছৰ...

Read moreDetails

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ আত্মহননৰ ঘটনাই নতুন মোৰ লৈছে। আৰক্ষীয়ে এতিয়ালৈকে ফাদিল কৰা নাই শিখা শইকীয়াৰ ছুইচাইড নোট। আনহাতে,...

Read moreDetails
Page 1545 of 6192 1 … 1,544 1,545 1,546 … 6,192

Stay Connected

Recent News