যুৱতী-মহিলাৰ বাবে সুৰক্ষিত নহয় নিশাৰ গুৱাহাটী মহানগৰী। নিশাৰ মহানগৰীত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে নাৰীজনিত অপৰাধ। সোমবাৰে নিশা যাতায়তৰ সুবিধাৰ...
Read moreDetailsঅংকটো ডাঙৰ। শুনিলে সাধাৰণ মানুহে স্বাভাৱিকতে চৰকাৰক বাঃ বাঃ দিবই।কিন্তু কাৰোবাৰ মুখৰ ভাত কাঢ়ি কাৰোবাৰ পেট ভৰালে জানো জন কল্যাণ...
Read moreDetailsআজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এক বছৰ সম্পূৰ্ণ হ’ল। বিজেপি চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ বিফলতাৰ প্ৰতিচ্ছবি দাঙি ধৰি আজি...
Read moreDetailsটকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে সোমবাৰে লাইট মিডলৱেট বিভাগত প্ৰাক্তন চেম্পিয়ন চেন নিন-চিনক পৰাস্ত কৰি ইস্তানলত অনুষ্ঠিত আইবিএ...
Read moreDetailsঅৰ্থনৈতিক সংকট সমাধানত ব্যৰ্থ হোৱাৰ বাবে শ্ৰীলংকাৰ জনসাধাৰণ চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ উঠিছে। ৰাজপাক্ষে পৰিয়ালৰ সদস্যসকলে দীৰ্ঘদিন ধৰি শ্ৰীলংকাত চৰকাৰৰ...
Read moreDetailsৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে বিশ্বনাথ জিলাত অৱস্থিত বিহালী সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিয়াৰ বাবে প্ৰাৰম্ভিক জাননী জাৰি কৰিছে।...
Read moreDetailsআফগানিস্তানত নিহত হোৱা ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি চাৰিজন ভাৰতীয়ক পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। সোমবাৰে এই বঁটাৰ বাবে ৰয়টাৰৰ...
Read moreDetailsদেশৰ অন্যতম বৃহৎ শিশু-অনুকূল আৰক্ষী কাৰ্যসূচী পৰিচালনা কৰা অসম আৰক্ষীয়ে সোমবাৰে এজন নাবালক অভিযুক্তৰ নাম আৰু ঠিকনা প্ৰকাশ কৰে। নাবালকজনৰ...
Read moreDetailsএইবাৰ চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ আৰু মানুহৰ গণনা নকৰে। ইয়াৰ পৰিৱৰ্তে আহি আছে ই-লোকপিয়ল অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো ডিজিটেল হৈ...
Read moreDetailsকোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত পুনৰ অন্ধ বিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হ’ল চাৰি সন্তানৰ মাতৃ এগৰাকী মহিলা ৷ ঘটনাটো সংঘটিত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd