উত্তৰ-পূব

Covid-19 Update: অ’মিক্ৰণৰ গণ সংক্ৰমণৰ মাজতে দেশত নিম্নগামী কোভিডৰ দৈনিক সংক্ৰমণ

দেশত কোভিড-১৯ৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ গণ সংক্ৰমণে জনসাধাৰণক শংকিত কৰি ৰখাৰ মাজতে দৈনিক সংক্ৰমণ নিম্নগামী হোৱা দেখা গৈছে যদিও পজিটিভিটিৰ...

Read moreDetails

বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ

বাইহাটা চাৰিআলিৰ এক নিৰ্মাণ স্থলীত ৰহস্যজনক অৱস্থাত তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাতৰি অনুসৰি, তিনজনৰ মৃতদেহৰ উপৰি...

Read moreDetails

আৰক্ষীৰ সন্ত্ৰাস! তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যক ডিএছপিৰ প্ৰহাৰ

নগাঁৱত ছাত্ৰ নেতাক গুলীওৱা ঘটনাৰ কেইঘন্টামান পাছতে তিনিচুকীয়াৰ কাকপথাৰত আৰক্ষীৰ এটা দলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতাক বিনা...

Read moreDetails

চুবুৰীয়াৰ বিস্ফোৰক অভিযোগ; বলীউদ তাৰকা চলমান খানৰ ফাৰ্মহাউছত তাৰকাসকলৰ কবৰ!

বলীউদৰ ভাইজান চলমান খানৰ পানভিলাৰ ফাৰ্ম হাউছৰ ভিতৰত তাৰকাসকলৰ কবৰ আছে। এনে এক বিস্ফোৰক অভিযোগ তুলিছে চলমানৰ চুবুৰীয়া কেতন কক্কৰ...

Read moreDetails

নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

দেওবাৰে নিশা কোকৰাঝাৰত উপস্থিত হোৱা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নগাঁৱত আৰক্ষীয়ে ছাত্ৰনেতাক গুলীওৱা ঘটনা সন্দৰ্ভত কিছু  বিস্ফোৰক...

Read moreDetails

Covid Update: কোভিড টেষ্ট হ্ৰাস! ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

Covid Update ৰাজ্যত কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ মাজতে বিগত ২৪ ঘন্টাত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও কোভিড টেষ্টৰ সংখ্যাও হ্ৰাস...

Read moreDetails

চাপৰত নেতাজীৰ ১২৫ সংখ্যক জন্মজয়ন্তী পালন

সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাৰ চাপৰতো আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। চাপৰৰ...

Read moreDetails

সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতালৈ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২০-২১

সাংবাদিক অসম কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে প্ৰয়াত সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত যোৱা ২০০৮ বৰ্ষৰ পৰাই প্ৰতিবছৰে "সংবাদ ইন্দ্ৰ...

Read moreDetails

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হ’ব নৈশ সান্ধ্যআইন, খোলা হ’ব বিদ্যালয়ো: ঘোষণা মুখ্যমন্ত্ৰীৰ

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হ'ব নৈশ সান্ধ্যআইন। বৰ্তমান নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্যআইন চলি আছে যদিও ১...

Read moreDetails

দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

কোভিডে এতিয়া দেশত কালান্তক ৰূপ ধাৰণ কৰাৰ সময়তে দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হ'ল উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। দেওবাৰে উপ-ৰাষ্ট্ৰপতি নাইডুৰ...

Read moreDetails
Page 1736 of 6160 1 1,735 1,736 1,737 6,160

Stay Connected

Recent News