উত্তৰ-পূব

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাজিত কৰা বিজেপিৰ প্ৰথম সাংসদ জংগা ৰেড্ডীৰ মৃত্যু

দেশৰ প্ৰথম দুগৰাকী বিজেপি সাংসদৰ অন্যতম চেন্দুপাটলা জংগা ৰেড্ডীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। বাৰ্দ্ধক্যজনিত ৰোগত শনিবাৰে পুৱা মৃত্যু ঘটা ৰেড্ডীৰ মৃত্যুৰ সময়ত তেওঁৰ...

Read moreDetails

আজি ৰাজ্যজুৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আয়োজন; শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ

আজি সমগ্ৰ ৰাজ্য বাগদেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে। বিভিন্ন শিক্ষানুষ্ঠানত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ আয়োজন কৰা হৈছে। কৰ’নাৰ...

Read moreDetails

Covid-19 Update: দেশত পুনৰ হ্ৰাস কৰ’নাৰ দৈনিক সংক্ৰমণ, হ্ৰাস পাইছে সক্ৰিয় ৰোগী; কমা নাই দৈনিক মৃত্যু

দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ আৰু নিম্নগামী হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে যদিও দৈনিক মৃত্যুৰ সংখ্যা এতিয়াও এহেজাৰৰ ওপৰত...

Read moreDetails

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা জাষ্টিন লেংগাৰৰ পদত্যাগ

অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে জাষ্টিন লেংগাৰে। শনিবাৰে লেংগাৰৰ মেনেজমেন্ট সংস্থাৰ তৰফৰ পৰা এই কথা...

Read moreDetails

ধনী ভিক্ষাৰী! মহিলা ভিক্ষাৰীৰ বেংক একাউন্টত ওলাইছে লাখ লাখ টকা; ৰহস্যটোনো কি?

বাটৰুৱাই অসহায় বুলি ভাবি ভিক্ষা দি যোৱা এগৰাকী মহিলাই দিলে এক নতুন শিক্ষা! দয়া উপজি মানুহে দান কৰা এই মহিলা...

Read moreDetails

অসমত মাদ্ৰাছা বন্ধৰ সিদ্ধান্তত ছীল মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত মাদ্ৰাছা বন্ধৰ চৰকাৰী সিদ্ধান্তত ছীল মোহৰ মাৰিলে। ২০২০ চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন...

Read moreDetails

জুকাৰবাৰ্গৰ বেয়া দিন! ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি

মেটা-ৰ শ্বেয়াৰ বজাৰত এদিন  অভিলেখ সংখ্যক পতনৰ পাছত মাৰ্ক জুকাৰবাৰ্গৰ বৃহস্পতিবাৰে মুঠ সম্পদত ২৯ বিলিয়ন ডলাৰ লোকচান হয়। মেটাৰ ষ্টক...

Read moreDetails

শ্বেৰমান আলীৰ সৈতে বিজেপিৰ গোপন বুজাবুজি আছে; ক’লে লুৰিনজ্যোতি গগৈয়ে

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে শুকুৰবাৰে অভিযোগ কৰে যে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ সৈতে বিজেপিৰ গোপন বুজাবুজি আছে।...

Read moreDetails

Covid Update: ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল ক’ভিডত,মৃত্যু কিমানৰ?

ৰাজ্যত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে পজিটিভিটিৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। এই সময়ছোৱাত দৈনিক মৃত্যুৰ...

Read moreDetails

লেখিকা বাণী বৰুৱাৰ ‘হোমিওপেথিক চিকিৎসা ৰত্নাকৰ’ শীৰ্ষক অনুবাদ গ্ৰন্থ উন্মোচন

বঙাইগাঁও চহৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চহৰখনৰ বিশিষ্ট লেখিকা বাণী বৰুৱাৰ 'হোমিওপ্যাথিক চিকিৎসা ৰত্নাকৰ গ্ৰন্থ' শীৰ্ষক অনুবাদ গ্ৰন্থখন উন্মোচন কৰা...

Read moreDetails
Page 1748 of 6193 1 … 1,747 1,748 1,749 … 6,193

Stay Connected

Recent News