উত্তৰ-পূব

দুৰ্দান্ত লক্ষ্য সেন! বিশ্ব চেম্পিয়নক হৰুৱাই ইণ্ডিয়া অ’পেন বেডমিন্টনৰ খিতাপ ভাৰতীয় তৰুণ শ্বাটলাৰৰ

ভাৰতীয় তৰুণ শ্বাটলাৰ লক্ষ্য সেনে ফাইনেলত বিশ্ব চেম্পিয়ন ছিংগাপুৰৰ লোহ কিয়ান ইউ-ৰ বিৰুদ্ধে দুৰ্দান্ত যুঁজ দি ইণ্ডিয়ান অ’পেনৰ খিতাপ জয়...

Read moreDetails

কি হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ কাম কাজত? ভাঙি পৰিছে ইখনৰ পিছত সিখন দলং

কিছুদিন পূৰ্বে ডিমৌকিনাৰ বাঁহগড় সংযোগী দলং ভাঙি দুটুকুৰা হোৱাৰ পিছত দেওবাৰে পুনৰ আন এখন দলং ভাঙি দুটুকুৰা হ’ল শিৱসাগৰত। চূনপোৰা...

Read moreDetails

Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

দেশৰ লগতে অসমতো কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ ঘটনা অব্যাহত আছে। ভোগালী বিহু উদযাপনৰ মাজতে ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ প্ৰায় ৯শতাংশলৈ বৃদ্ধি...

Read moreDetails

আৰক্ষী বিষয়াক অপমান, কৰ্তব্যত বাধা প্ৰদান কৰা উদণ্ড বিজেপি বিধায়কে শাস্তি লাভ কৰিব নে?

বিজেপিৰ উদণ্ড বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ হ’ব নে? উদণ্ড বিধায়ক অমিয় কুমাৰ ভূঞাক কাৰাগাৰত নিক্ষেপ কৰিবলৈ...

Read moreDetails

দাম বাঢ়িল মাৰুতি গাড়ীৰ; ৪.৩শতাংশ পৰ্যন্ত দাম বঢ়ালে কোম্পানীয়ে

দেশৰ বৃহত্তম গাড়ী নিৰ্মাণ সংস্থা মাৰুতি চুজুকি ইণ্ডিয়াই ইয়াৰ বিভিন্ন মডেলৰ গাড়ীৰ দাম বৃদ্ধি কৰিছে। সংস্থাটোৱে জানিবলৈ দিছে যে ইয়াৰ...

Read moreDetails

অন্তিম টেষ্টত পৰাজিত ইংলেণ্ড, ৪-০ ব্যৱধানত এছেজ শৃংখলা জয় অষ্ট্ৰেলিয়াৰ

চলিত এছেজ শৃংখলাৰ অন্তিমখন টেষ্টত বেটিং বিপৰ্যয়ৰ বাবে বিধ্বস্ত হৈ পৰিল ইংলেণ্ড। এইদৰে অন্তিমখন টেষ্টতো পৰাজিত হৈ ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ হাতত...

Read moreDetails

চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে গেইলৰ সঞ্চালক ই এছ ৰংগনাথনক; উদ্ধাৰ নগদ ১.২৯ কোটি টকা

চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন (চিবিআই)য়ে গেছ অথৰিটি অফ ইণ্ডিয়া লিমিটেড (গেইল)ৰ বিপণন শাখাৰ সঞ্চালক ই এছ ৰংগনাথনক গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে...

Read moreDetails

ভোগালীৰ উছাহৰ মাজতে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও

ভোগালী বিহুৰ আনন্দ, উৎসৱ'ৰ সময়তে দেওবাৰে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও চহৰ। কলাইগাঁও থানাৰ অন্তৰ্গত তেজিয়ালপাৰা গাঁৱৰ বোৱাৰী...

Read moreDetails

শিল্পগ্ৰাম মহোৎসৱ ২০২২: কাইলৈৰ পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোকসংগীত-নৃত্যৰ ভাৰ্চুৱেল উৎসৱ

বাৰেৰহনীয়া লোকসংগীত-নৃত্যৰ সাংস্কৃতিক ‌চাৰিদিনীয়া অনুষ্ঠানসূচীৰে আনুষ্ঠানিকভাৱে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শিল্পগ্ৰাম মহোৎসৱ-২০২২ ৰ। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ...

Read moreDetails

ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰ থকা প্ৰথমগৰাকী মহিলা; কোন তেওঁ জানেনে?

ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত মহিলা হিচাপে প্ৰথম ৩০ কোটি ফলোৱাৰৰ অভিলেখ গঢ়িছে কাইলি জেনাৰে। বৰ্তমান মাত্ৰ ২৪ বছৰীয়া জনপ্ৰিয় মডেল...

Read moreDetails
Page 1749 of 6160 1 1,748 1,749 1,750 6,160

Stay Connected

Recent News