উত্তৰ-পূব

তুলি লোৱা নাবালিকা শিশুক ধৰ্ষণ! পদ্ম জয়ী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ

এগৰাকী তুলি লোৱা নাবালিকা ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে অসমৰ এগৰাকী পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অসম...

Read moreDetails

বাক্সাৰ নাগ্ৰীজুলিত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্র ছাত্ৰীক ক’ভিদ ভেকচিন প্ৰদান

ক’ভিদ- ১৯ ৰ নতুন প্ৰজাতি অ’মিক্ৰণৰ সংক্ৰমণ দেশত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইতিমধ্যে চৰকাৰে ক’ভিদ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ বছৰৰ...

Read moreDetails

ONGC ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত অলকা মিত্তাল

অইল এণ্ড নেচাৰেল গেছ কোম্পানী (ONGC) ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত হৈছে অলকা মিত্তাল। এইদৰে তেওঁ প্ৰতিষ্ঠানটোৰ এই...

Read moreDetails

যোৰহাট পুলিবৰ আৰক্ষীৰ অভিযানত জব্দ এখন চোৰাং গৰু ভৰ্তি ট্ৰাক; তিনিজনক গ্ৰেপ্তাৰ

যোৰহাট পুলিবৰ আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই এখন চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰে l যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীয়ে...

Read moreDetails

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সচিবালয়ৰ কৰ্মচাৰী

অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । উৎকোচ লওঁতেই হাতে-লুটে গ্ৰেপ্তাৰ হৈছে সীমা দেৱী নামৰ অসম সচিবালয়ৰ...

Read moreDetails

Covid-19 Update দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ ৩৭হাজাৰ অতিক্ৰম; অ’মিক্ৰণত আক্ৰান্ত প্ৰায় ১৯০০ লোক

Covid-19 Update নৱবৰ্ষৰ আৰম্ভণিতে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে পুনৰ  ভয়ংকৰ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে। মাত্ৰ এসপ্তাহৰ ভিতৰতে ৭হাজাৰৰ পৰা ৩৭হাজাৰলৈ...

Read moreDetails

যোৰহাটৰ বাজাজ ডিলাৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনাত পতিত ডাক্টৰৰ চিহ্ন লগোৱা বিলাসী গাড়ী

যোৰহাটৰ বাজাজ ডিলাৰ সন্মুখত ডাক্টৰৰ চিহ্ন লগোৱা এখন বিলাসী গাড়ী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। নিশা প্ৰায় ৭বাজি ৩০মিনিটত AS-03-M-8088 নম্বৰৰ...

Read moreDetails

মুখ্যমন্ত্ৰীক কিয় প্ৰশংসা কৰিলে অখিল গগৈয়ে; কি কামৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ অখিলৰ?

সোমবাৰে শিৱসাগৰত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি অখিল গগৈয়ে কয়, নৱবৰ্ষত দুৰ্ঘটনা ৰুধিবলৈ মুখ্যমন্ত্ৰীয়ে...

Read moreDetails

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ! মহানগৰীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাকাৰী। সোমবাৰে নিশা গুৱাহাটীৰ গড়চুক আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ড্ৰাগছ মাফিয়া তাছেৰ আলী।...

Read moreDetails

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল কৰ’নাত আক্ৰান্ত; বৰ্তমান হোম আইছ’লেশ্যনত

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল কৰ’নাত আক্ৰান্ত হৈছে। নিজেই টুইট কৰি এই কথা জানিব দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সদ্যহতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ...

Read moreDetails
Page 1770 of 6160 1 1,769 1,770 1,771 6,160

Stay Connected

Recent News