গোৰেশ্বৰ চহৰৰ কেইবাখনো মটৰ চাইকেল ডীলাৰত শুকুৰবাৰে আবেলি বাক্সা জিলাৰ পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই অভিযান চলায়। অভিযান কালত কেইবাখনো...
Read moreDetailsRoad Accident কলিয়াবৰত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজনক মিছা...
Read moreDetailsCovid Update অ’মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো বৃদ্ধি নোপোৱালৈ চাই...
Read moreDetailsৰাজ্যৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰাৰ বাতৰি প্ৰকাশ পাই থকাৰ সময়তে এইবাৰ হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে ধুবুৰী জিলাৰ চাপৰ আৰু...
Read moreDetailsপুনৰ কংগনাৰ প্ৰসংগই দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এইবাৰ পঞ্জাৱত কৃষকৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী কৰিছে অভিনেত্ৰীগৰাকীয়ে। কংগনাৰ...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত কাজিৰঙাৰ কাষৰীয় গাঁৱৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শুক্ৰবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয়...
Read moreDetailsচন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অনুস্থিত কৰা হৈছে। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত...
Read moreDetailsস্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষ্যে ৰাজভৱনত স্থাপন কৰা হ’ল তেওঁৰ এক প্ৰতিমূৰ্তি। ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ...
Read moreDetailsবিশ্বনাথৰ কোঁছগাৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।ট্ৰাকৰ চকাৰ তলত সোমাই থিতাতে নিহত হৈছে এজন যুৱক। স্থানীয়...
Read moreDetailsআজি বাক্সা জিলাৰ তামুলপুৰ পশু চিকিৎসালয়ত পশুপালনৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়। পশু চিকিৎসা বিষয়া ডাঃ ৰূপম চন্দ্ৰ বড়োই আঁত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd