উত্তৰ-পূব

বিশ্বনাথৰ সধাৰু নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ দুই কিশোৰৰ মৃতদেহ

কালি বিশ্বনাথৰ সাধাৰু নৈত ২ কিশোৰ সন্ধানহীন হোৱাৰ পিছত আজি দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। বিশ্বনাথৰ নীলপুৰৰ ২ কিশোৰ ক্ৰমে...

Read moreDetails

৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত আৰম্ভ হ’ব কোভিডৰ তৃতীয় ঢৌ: এইমছৰ মুৰব্বী গুলেৰিয়া

কোভিডৰ দ্বিতীয়টো ঢৌৱে কাবু কৰা ভাৰতবৰ্ষত মাৰাত্মক ৰোগ বিধৰ তৃতীয়টো ঢৌ আহিবলৈ আৰু বেছি দিন নাই।৬ ৰ পৰা ৮ সপ্তাহৰ...

Read moreDetails

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া মহিলাৰ ঋণ মাফকেন্দ্ৰিক ভাষণক তীব্ৰ গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া মহিলাৰ ঋণ মাফকেন্দ্ৰিক ভাষণক তীব্ৰ গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষা ববিতা...

Read moreDetails

সুস্থ গণতন্ত্ৰত প্ৰয়োজন নাই নেকি সক্ৰিয় বিৰোধীৰ? মুখ্যমন্ত্ৰীৰ ‘তুলুঙা’ বক্তব্যই সূচাইছে কি?

সুস্থ এক গণতন্ত্ৰ বা চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ বিৰোধীৰ সক্ৰিয়তাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। যিকোনো এখন চৰকাৰ কিবা কাম কৰোতে তাত হোৱা...

Read moreDetails

উত্তৰ পূৱ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টো আলোচনাৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি মাৰ্ঘেৰিটা ক'ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২০২০ বৰ্ষৰ ৩ জুনৰ পৰা উত্তৰ...

Read moreDetails

পুনৰ ৰাজ্যৰ মৰ্যাদা ওভতাই পাব কাশ্মীৰে! ২৪ জুনত প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰিলে সৰ্বদলীয় বৈঠক

কাশ্মীৰৰ ৰাজনৈতিক দৃশ্যপট উত্তপ্ত হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ জুনত আহ্বান কৰিছে কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ সৰ্বদলীয় বৈঠক।...

Read moreDetails

ম্যানমাৰক অস্ত্ৰৰ যোগান বন্ধৰ পোষকতা কৰিলে ৰাষ্ট্ৰসংঘই, চ্যুকীৰো মুক্তিৰ দাবীত প্ৰস্তাৱ গ্ৰহণ

ম্যানমাৰৰ অশান্ত পৰিস্থিতিকলৈ গভীৰ উদ্বেগ ব্যক্ত কৰিলে ৰাষ্ট্ৰসংঘই। শুকুৰবাৰে অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ মুক্তিৰ...

Read moreDetails

কেনেদৰে দিয়া হ’ব মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল? চৰকাৰে গঠন কৰিলে কমিটি

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বাবে দুখন সুকীয়া কমিটি গঠনৰ...

Read moreDetails

মৰ্মান্তিক! বিদ্যুত বিভাগৰ চৰম গাফিলতিত কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কৰ্মচাৰীৰ মৃত্যু

বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনত ঘটিছে এক অঘটন। বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ ফলত পাভৈ বিদ্যুৎ...

Read moreDetails

দেশত কৰ’নাৰ নিম্নমুখী সংক্ৰমণে আনিছে স্বস্তি; দৈনিক আক্ৰান্তৰ সংখ্যাও পালে হ্ৰাস

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ শেষ হোৱা নাই যদিও যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত হ্ৰাস পোৱাৰ...

Read moreDetails
Page 2151 of 6167 1 2,150 2,151 2,152 6,167

Stay Connected

Recent News