"নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কোনো অৱস্থাতে বিক্ৰী নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে সদম্ভে ঘোষণা কৰা বিজেপি দলৰ প্ৰকৃত...
Read moreDetailsসেন্দুৰী আলিৰ ওখ গৰায়েদি কো কোৱাই নামি একেবাৰে পথাৰৰ বোকাত পৰা দিনৰ শৈশৱৰ এটি সপোন আছিল এখন চাইকেল। ৬০-৭০ দশকৰ ৰেলী (RALLIES)...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেতং গাঁও পঞ্চায়তৰ অধীনস্থ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ সোঁমাজত 'এ বি' নামেৰে এটা ইটাভাতা স্থাপনৰ যো-জা...
Read moreDetailsগুৱাহাটী মহানগৰীৰ কেবচালকসকলে উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে৷ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ...
Read moreDetailsআজিও চিকিৎসকক ভগৱানৰ পাছতেই স্থান দি আহিছে সৰ্বসাধাৰণ মানুহে ৷ কিন্তু তাৰপাছতো অজুহাত উলিয়াই চিকিৎসকৰ ওপৰত নৃশংস আক্ৰমণ চলাবলৈ কুণ্ঠাবোধ...
Read moreDetailsঅসমত তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলাইছে কৌশল। এইবাৰ সেনাৰ গাড়ীত ড্ৰাগছ!!! আচলতে সেয়া নহয়..... গাড়ীত ভাৰতীয়...
Read moreDetailsক’ৰনা মহামাৰীয়ে চলচ্চিত্ৰ জগতখনত প্ৰতিবন্ধকতা আনি দিয়াৰ সময়তেই বিকল্প ব্যৱস্থা হিচাপে ভাৰ্চুৱেল প্লেটফৰ্মত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পুতলা নাচক চলচ্চিত্ৰৰ মাধ্যমত...
Read moreDetailsগোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে বুধবাৰে গোলাঘাট পৌৰ সভাৰ কাৰ্যালয়ত পৌৰ সভাৰ কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ সভাৰ ৰাজহ সংগ্ৰহৰ...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলত বুধবাৰে এজন অচিনাক্ত ব্যক্তিৰ চিপজৰী লোৱা অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্র...
Read moreDetailsবৰপেটা জিলাৰ চেঙা সমষ্টিৰ নৱনিৰ্বাচিত এআইইউডিএফ দলৰ বিধায়ক আশ্ৰাফুল হুছেইন কোভিড-১৯ত আক্ৰান্ত হৈছে। বিধায়কগৰাকী বৰ্তমান হোম আইছ’লেশ্যনত আছে ৷ সদ্য...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd