উত্তৰ-পূব

অতিমাত্ৰা অনলাইন ক্লাছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অভিযোগ দিলে এজনী ৬ বছৰীয়া কণমানিয়ে

ক'ভিড পৰিস্থিতিৰ বাবে দেশখনৰ অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছযোগে শিক্ষা গ্ৰহণ কৰি আছে। এই শিক্ষা প্ৰণালীক লৈ অসন্তুষ্ট হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।...

Read moreDetails

সদৌ অসম নিয়ন্ত্ৰিত বজাৰ সমিতি কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পঞ্চাশ হেজাৰ টকাৰ বৰঙণি

অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অন্তৰ্গত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ সংগঠন সদৌ অসম নিয়ন্ত্ৰিত বজাৰ সমিতি কৰ্মচাৰী...

Read moreDetails

মেঘালয়ৰ কয়লা খনিত আৱদ্ধ অসমৰ ৬ শ্ৰমিক, উদ্ধাৰ অভিযান অব্যাহত

পুনৰ মেঘালয়ৰ কয়লা খনিত আৱদ্ধ হৈ পৰিল অসমৰ ছজনকৈ শ্ৰমিক। মেঘালয়ৰ পূৱ জয়ন্তীয়া জিলাৰ কয়লা খনিটোত কয়লা খননত ব্যস্ত হৈ...

Read moreDetails

দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে বলিউডৰ অভিনেত্ৰী জুহি চাওলাই, কিয় আৰু কাৰ ওপৰত?

বলিউডৰ মোহময়ী অভিনেত্ৰী তথা পৰিৱেশকৰ্মী জুহি চাওলাই দিল্লী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছে। গোচৰটোৰ মতে, দেশখনত টেলিকমিউনিকেশ্বন ইণ্ডাষ্ট্ৰিয়ে পৰিকল্পনা কৰা...

Read moreDetails

চেণ্ট্ৰেল ভিস্তা প্ৰকল্প চলাই যাবলৈ ক’লে দিল্লী উচ্চ ন্যায়ালয়ে, অভিযোগকাৰীক জৰিমণা

কৰোণাৰ ভয়াৱহাৰ মাজতে নতুন সংসদ ভৱন নিৰ্মাণ অৰ্থাৎ চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম চলাই থকাক লৈ সমালোচনাৰ জোৱাৰ উঠিছে। কিন্তু সেই...

Read moreDetails

বিশ্বনাথত আদৰ্শ কোভিড টিকাকৰণ কেন্দ্ৰ উদ্বোধন : প্ৰথম দিনাই তিনিশৰো অধিক লোকক ভেকচিন প্ৰদান

আজি বিশ্বনাথত আদৰ্শ কোভিড টিকাকৰণ কেন্দ্ৰ উদ্ধোধন কৰা হয়৷‌ বিশ্বনাথ মহাবিদ্যালয়ত উদ্বোধন কৰা এই কেন্দ্ৰটোত প্ৰায় শতাধিক লোকৰ উপস্থিতিত বিশ্বনাথ...

Read moreDetails

বীভৎস! চৰাইদেউত কোভিডমুক্ত হৈ খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথতে মহিলাক গণধৰ্ষণ

কৰ'নাতংকই বিৰাজ কৰা ৰাজ্যত সংঘটিত হৈছে এক বীভৎস ঘটনা। কোভিড চিকিৎসালয়ৰ পৰা ৰোগমুক্ত হৈ ঘৰলৈ উভতি অহাৰ পথতে এগৰাকী মহিলা...

Read moreDetails

ক্ৰিকেটাৰৰ পৰা কাঠমিস্ত্ৰী হ’ল অষ্ট্ৰেলিয়াৰ এইজন বিশ্বকাপবিজয়ী প্ৰাক্তন তাৰকা!

৬ বছৰ পূৰ্বে পঞ্চমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল মহাপ্ৰতাপী অষ্ট্ৰেলিয়াই। মাইকেল ক্লাক নেতৃত্বাধীন সেই দলটোৰ মুখ্য স্পিনাৰ আছিল জেভিয়েৰ...

Read moreDetails

বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ: বাইকসহ এজনক আটক আৰক্ষীৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰুদ্ধে তীব্ৰ অভিযান চলি থকাৰ সময়তে বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকটাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা।...

Read moreDetails

ছেৰফাংগুৰিৰ আঠিয়াবাৰীত ভূটানৰ হাবিৰ পৰা ওলাই অহা বনৰীয়া গৰুৰ সন্ত্ৰাস

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আঠিয়াবাৰী এলেকাত হঠাৎ ভূটানৰ পৰা অহা দুটা বনৰীয়া গৰু আৱিৰ্ভাৱে স্থানীয় বাসিন্দাসকলৰ মাজত এক...

Read moreDetails
Page 2194 of 6167 1 2,193 2,194 2,195 6,167

Stay Connected

Recent News