উত্তৰ-পূব

চলিত মাহত ক’ভিত আক্ৰান্ত লোকৰ বেছিভাগেই ১৮ৰ পৰা ৩০ৰ ভিতৰত, জনালে কেন্দ্ৰই

মে' মাহৰ ১ তাৰিখৰ পৰা ভাৰতত ক'ভিড আক্ৰান্তৰ প্ৰায় ২৬ শতাংশ লোকেই ১৮ৰ পৰা ৩০ বয়সৰ ভিতৰত। আজি কেন্দ্ৰীয় চৰকাৰে...

Read moreDetails

সাৱধান! ক’ভিডত আক্ৰান্ত হোৱা পুৰুষৰ যৌনক্ষমতা হ্ৰাস পাইছে, এটা গৱেষণাত প্ৰকাশ

কেৱল হৃদযন্ত্ৰ, স্নায়ুজনিত ক্ষতিয়েই নহয়, কোভিড সংক্ৰমণৰ ফলত পুৰুষৰ যৌন ক্ষমতাও হ্ৰাস পাইছে। চলিত বৰ্ষৰ মাৰ্চ মাহত 'এণ্ড্ৰোলজী' নামৰ পুৰুষ...

Read moreDetails

বিপদে লগ নেৰিছে বাবা ৰামদেৱক! তৰা হ’ল এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ

বিতৰ্ক আৰু বিপদে যেন লগ নেৰা হ'ল বাবা ৰামদেৱক! এলোপেথি ঔষধক লৈ বিতৰ্কিত মন্তব্যৰ বাবে যোগগুৰুজন এক হাজাৰ কোটি টকাৰ...

Read moreDetails

টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত জড়িত সন্থাৰ দুৰ্নীতিৰ বিৰুদ্ধে আছুৱে তৰিলে গোচৰ

২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰি বিশেষকৈ যোৰহাটৰ অজন্তা বাইপাছৰ পৰা টীয়কৰ জাঁজীলৈকে সামগ্ৰিক...

Read moreDetails

“মোৰ ভুল হৈ গ’ল” : চীনদেশক ক্ষমা খুজিলে ডব্লিউ ডব্লিউ ই তাৰকা জন চেনাই, কিন্তু কিয়?

ডব্লিউ ডব্লিউ ই চুপাৰষ্টাৰ জন চেনাই চীনদেশক ক্ষমা খুজিছে। চীন অধিকৃত টাইৱানক এখন দেশ বুলি এখন চিনেমাৰ প্ৰমোচনেল ভিডিঅ'ত জন...

Read moreDetails

কৰোণাৰ উৎসৰ তথ্যক লৈ আশ্বস্ত নহয় আমেৰিকা যুক্তৰাষ্ট্ৰ, স্বচ্ছভাৱে পুনৰ অনুসন্ধানৰ দাবী

কৰোণাৰ প্ৰকৃত উৎস সম্পৰ্কে পুনৰ অনুসন্ধান চলাবলৈ দাবী জনালে আমেৰিকা যুক্তৰাষ্ট্ৰই। দেশখনৰ শীৰ্ষস্থানীয় মহামাৰী বিশেষজ্ঞ তথা চিকিৎসা বিজ্ঞানী এণ্টনী ফৌচীয়ে...

Read moreDetails

কলিয়াবৰত অপ্ৰতিৰোধ্য কৰোনা : ১ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

কলিয়াবৰত কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে সহস্ৰাধিকৰ ঘৰ। কলিয়াবৰত মুঠ কোভিডত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১০২৫ জন। মুঠ সাতটাকৈ কনটেইনমেণ্ট জ'ন...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰা খহনীয়াত ত্ৰস্তমান অফলাবাসী : শেষ ভৰসা যেন নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ!

ৰাজ্যৰ চৌদিশে এতিয়া মহামাৰী কৰোনাৰ আতংক। কিন্তু ইয়াৰ মাজতে আন এক বিপদে শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলাবাসীৰ নিদ্ৰা হৰণ কৰিছে। অঞ্চলবাসীয়ে দীৰ্ঘদিনে...

Read moreDetails

কেন্দ্ৰীয় চৰকাৰৰ নতুন ডিজিটেল আইনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল হোৱাটছাপ

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন ডিজিটেল আইনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল সামাজিক মাধ্যম 'হোৱাটছাপ'। সামাজিক মাধ্যমটোৰ তৰফৰ পৰা...

Read moreDetails

বিহালীত উলংগ অৱস্থাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ : ধৰ্ষণ কৰি হত্যা কৰা অভিযোগ স্থানীয় ৰাইজৰ

এটা অতি নাৰকীয় তথা জঘন্য কাণ্ড পোহৰলৈ আহিছে। এগৰাকী অচিনাক্ত মহিলাৰ উলংগ মৃতদেহ উদ্ধাৰ হৈছে বিহালীত। ঘটনাৰ বিৱৰণীৰ মতে বিহালী...

Read moreDetails
Page 2238 of 6194 1 … 2,237 2,238 2,239 … 6,194

Stay Connected

Recent News