উত্তৰ-পূব

উদ্বেগজনক খৱৰ! ১৫দিনত ১,৬১৮টি শিশু কৰ’নাত আক্ৰান্ত দেশৰ এইখন ৰাজ্যত

কৰ’নাৰ দ্বিতীয়টো ঢৌৱে দেশত ভয়ংকৰ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে। তৰুণৰ পৰা আৰম্ভ কৰি শিশুলৈকে এইবাৰ কৰ’নাত আক্ৰান্ত হৈছে সকলোৱে। দেশৰেই...

Read moreDetails

চামগুৰিত অবৈধভাৱে গৰু সৰবৰাহ কৰা ট্ৰাক জব্দ; তিনি সৰবৰাহকাৰীক আটক

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে সোমবাৰে বিয়লি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অবৈধভাৱে গৰু সৰবৰাহ কৰা এখন ট্ৰাকসহ ৩৫টা...

Read moreDetails

চিবিআইৰ জাল! নিম্ন আদালতৰ জামিনত স্থগিতাদেশ হাইকোৰ্টৰ; জেল’লৈ মন্ত্ৰীসহ ৪ তৃণমূল নেতা

কোভিড পৰিস্থিতিৰ মাজতে পশ্চিমবংগৰ ৰাজনীতিত সৃষ্টি হৈছে এক ধুমুহাৰ। নাগদকাণ্ডত চিবিআইৰ জালত পৰা চাৰিগৰাকী তৃণমূল নেতাক লৈ আৰম্ভ হৈছে এক...

Read moreDetails

ক’ভিড মহামাৰীত বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ ভূমিকাক সম্পর্কে আলোচনা ৰাজ্যিক সভাপতিৰ

কেবিনেট মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ' কনফাৰেন্স যোগে ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিৰ্বাচিত...

Read moreDetails

ৰাজ্যজুৰি কোভিড সঁহাৰি হেল্পলাইন নম্বৰ মুকলি, প্লাজমা বেংক স্থাপনৰো ব্যৱস্থা অজাপৰ

জাতিৰ প্ৰতি থকা দায়বদ্ধতা পালনৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে সাম্প্ৰতিক কোভিড-সৃষ্ট পৰিস্থিতিত ৰাইজক সহায় কৰাৰ এলানি কার্যসূচী হাতত লৈছে৷ দলৰ...

Read moreDetails

ক’ভিডক নাশিবলৈ আৰএছএছৰ উদ্যোগত লাখ লাখ লোকে পাঠ কৰিব হনুমান চালিছা, ক’ত?

কৰোণাভাইৰাছক নাশ কৰিবলৈ আৰএছএছকে ধৰি কেইবাটাও হিন্দু সংগঠনে এইবাৰ হনুমান চালিছা পাঠ কৰিব। উত্তৰপ্ৰদেশৰ উত্তৰ অঞ্চলৰ ২৬খন জিলাৰে গঠিত কাশী...

Read moreDetails

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মাতৃৰ শিশুসকলক দুগ্ধপান কৰোৱাব এগৰাকী মহিলাই

কৰোনাত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু হোৱা নৱজাতকক নিজ বক্ষৰ দুগ্ধপান কৰিব এগৰাকী দুমহীয়া কন্যা সন্তানৰ মাতৃয়ে। মুম্বাইস্থিত মাতৃগৰাকীয়ে ইতিমধ্যে গুৱাহাটীলৈ...

Read moreDetails

একেখন বিবাহতে বায়েকো কইনা, ভণীয়েকো কইনা! ৰঙাঘৰত সোমাল তেওঁলোকৰ দৰা, ক’ত?

এয়া কোনো চিনেমাৰ কাহিনী নহয়, বাস্তৱতে সংঘটি হৈছে! কৰ্ণাটকৰ কোলাৰত এজন লোকে দুগৰাকী বাই-ভণীক একেটা বিবাহানুষ্ঠানত বিয়া কৰি গ্ৰেপ্তাৰৰ সন্মুখিন...

Read moreDetails

আতংকত কঁপিছে ৰাজ্য!: সোমবাৰে অসমত সৰ্বাধিক ৯২ গৰাকী কোভিড ৰোগীৰ মৃত্যু

কোভিডৰ দ্বিতীয় ঢৌৱে সন্ত্ৰাস সৃষ্টি কৰিছে ৰাজ্যত। যোৱা ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হৈছে ৯২ গৰাকীকৈ কোভিড ৰোগীৰ। সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী...

Read moreDetails

“গৌমূত্ৰ পান কৰাৰ বাবে ভগৱানে মোক কুশলে ৰাখিছে!” : বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ

পুনৰ বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহিছে ভূপালৰ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ। সাংসদগৰাকীয়ে দেওবাৰে ভূপালৰ এটা অনুষ্ঠানত কয় যে ক'ভিড-১৯ ৰোধ কৰিবলৈ...

Read moreDetails
Page 2239 of 6168 1 2,238 2,239 2,240 6,168

Stay Connected

Recent News