ক’ৰ’নাৰ সংহাৰে ত্ৰাসৰ সৃষ্টি কৰা অসমত আজি সংঘটিত হয় এক গ্ৰেনেড বিস্ফোৰণৰ ঘটনা। তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত আজি দুৰ্বৃত্তই...
Read moreDetailsক'ভিডত আক্ৰান্ত দেউতাকৰ বাবে অক্সিজেন চিলিণ্ডাৰ বিচাৰি এগৰাকী যুৱতী এজন চুবুৰীয়াৰ ঘৰলৈ গৈছিল। চুবুৰীয়াজনে ক'লে যে তেওঁ চিলিণ্ডাৰ যোগান ধৰি...
Read moreDetailsগোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আজি ক’ভিড সম্পৰ্কীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে...
Read moreDetailsকৰোণা সংক্ৰমণৰ দ্বিতীয় ঢৌৱে দেশখনক এইদৰে সংকটৰ সম্মুখলৈ ঠেলি পঠাব, সেয়া ভবাই হোৱা নাছিল বুলি স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য...
Read moreDetailsসমগ্ৰ বিশ্বতে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। বিশেষজ্ঞসকলে জানিবলৈ দিছে যে ভেকচিন লোৱা সম্পূৰ্ণ হোৱাৰ পাছত সুৰক্ষিত হ’ব যদিও কোভিড...
Read moreDetailsপুনৰ কেন্দ্ৰীয় চৰকাৰ ভৎসৰ্ণা কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে কেন্দ্ৰক তিৰস্কাৰ কৰি কয় যে ফোনৰ ডায়েলটিউনত কৰোণা প্ৰতিষেধক...
Read moreDetailsলকডাউনৰ বাবে বিনা কাৰণত কোনেও ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই। কিবা কাৰণত বাহিৰলৈ ওলাবৰ বাবে ই-পাছৰ প্ৰয়োজন। বহুলোকে অনলাইনযোগে প্ৰশাসনক...
Read moreDetailsদেশত কৰ’না সংক্ৰমণৰ কিছু নিম্নগামী হৈছে যদিও দেশৰ কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া এক সাময়িক সকাহ বুলিহে ক’ব পাৰি।...
Read moreDetailsআজি পবিত্ৰ ঈদৰ দিনা টীয়কত সকলো ইছলাম ধৰ্মী লোকে সমূহীয়া নমাজৰ পৰিবৰ্তে পৰিয়ালৰ সদস্য সকলৰ মাজতে সীমাবদ্ধ কৰিলে নামাজ। কোভিড...
Read moreDetailsনিৰ্বাচনোত্তৰ হিংসাৰ বুজ ল’বলৈ আহি কোচবিহাৰত বৃহস্পতিবাৰে বিক্ষোভৰ সন্মুখীন হ’ব লগা হয় পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকড়ে। কোচবিহাৰৰ হিংসাগ্ৰস্ত অঞ্চল পৰিদৰ্শন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd